অসম জাতীয় পৰিষদ ,ধিং

  • Home
  • অসম জাতীয় পৰিষদ ,ধিং

অসম জাতীয় পৰিষদ ,ধিং This is the official page of ASSAM JATIYA PARISHAD ,DHING LAC .

14/05/2021
এগৰাকী কণমানি ছোৱালীক নৃশংসভাৱে নিৰ্মমভাৱে হত্যা কৰাৰ এই ঘটনা সভ্য সমাজৰ বাবে লজ্জাৰ বিষয়। অসম জাতীয় পৰিষদৰ স্পষ্ট কথা -...
26/04/2021

এগৰাকী কণমানি ছোৱালীক নৃশংসভাৱে নিৰ্মমভাৱে হত্যা কৰাৰ এই ঘটনা সভ্য সমাজৰ বাবে লজ্জাৰ বিষয়। অসম জাতীয় পৰিষদৰ স্পষ্ট কথা - ক্ষিপ্ৰতাৰে তদন্ত কৰি দোষীক কঠোৰতম শাস্তি বিহা হওঁক। লগতে দুৰ্ভগীয়া পৰিয়ালটিৰ কাষত অসম জাতীয় পৰিষদ সদায় থাকিব।

03/04/2021

নিৰ্বাচন আয়োগে ইতিমধ্যে পোৱা প্ৰত্যেকটো বিষয়ত গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ প্ৰয়োজন।
নহলে একেই স্থিতিৰ পুনৰাবৃতি হোৱাৰ সম্ভাৱনা থাকে।

29/03/2021

প্ৰথম পৰ্য্যায়ত হোৱা নিৰ্বাচনত ৰাইজে অসম জাতীয় পৰিষদ তথা জাতীয়তাবাদী শক্তিক যিমান মৰমেৰে আকোৱালি ল'লে সেয়া অতুলনীয়। অসম জাতীয় পৰিষদৰ হৈ সংগ্ৰামী ৰাইজক প্ৰণিপাত জনাইছোঁ।

জয় আই অসম

আজি অসম জাতীয় পৰিষদ দলৰ ধিং সমষ্টিৰ বেছামাৰী বজাৰত উক্ত দলৰ মনোনীত প্ৰাৰ্থী  #আনজাৰ_হুছেইন চাহাব ৰ নেতৃত্বত এখনি বিশাল ৰ...
25/03/2021

আজি অসম জাতীয় পৰিষদ দলৰ ধিং সমষ্টিৰ বেছামাৰী বজাৰত উক্ত দলৰ মনোনীত প্ৰাৰ্থী #আনজাৰ_হুছেইন চাহাব ৰ নেতৃত্বত এখনি বিশাল ৰাজনৈতিক সভা অনুষ্ঠিত হৈ যায়। হাজাৰ হাজাৰ জনতাৰ স্বতঃস্ফুত আগমন আৰু সঁহাৰি মন কৰিবলগীয়া। আনজাৰ হুছেইন ডাঙৰীয়াই ৰাইজক সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে বুজাই কৈ পানী_জাহাজ ৰ ছবিত ভোট দি অসম জাতীয় পৰিষদ দলক জয়যুক্ত কৰিবলৈ অনুৰোধ জনায়।
জয় আই অসম
অসম জাতীয় পৰিষদ জিন্দাবাদ
#আনজাৰ_হুছেইন জিন্দাবাদ।

24/03/2021

কাইলৈ ৰাতিপুৱা 9 বজাত অসম জাতীয় পৰিষদ দলৰ ধিং সমষ্টিৰ মনোনীত প্ৰাৰ্থী আনজাৰ হুছেইন চাহাব ৰ ঘৰৰ পৰা এক বিশাল ৰেলিৰ আয়োজন কৰা হৈছে।
সকলোকে বিনম্ৰ অনুৰোধ,,,
যথা সময়ত উপস্থিত থাকি অসম জাতীয় পৰিষদ দলৰ সৌষ্ঠব বৃদ্ধি কৰিবলৈ অনুৰোধ জনোৱা হ ল।

লগতে

আবেলি 2 টা বজাত বেছামাৰী বজাৰত অসম জাতীয় পৰিষদ দলৰ এক বিশাল ৰাজনৈতিক জনসভা আহ্বান কৰা হৈছে।
উক্ত সভাত সমূহ ৰাইজৰ উপস্থিতি বিনম্ৰতাৰে কামনা কৰা হল।
ধন্যবাদ।

আজিৰ নিৰ্বাচনী প্ৰচাৰৰ কিছু আলোকচিত্ৰ।
23/03/2021

আজিৰ নিৰ্বাচনী প্ৰচাৰৰ কিছু আলোকচিত্ৰ।

22/03/2021
at Jaramari Langia Gp
21/03/2021

at Jaramari Langia Gp

বুজাই বুজি পাইছে.
20/03/2021

বুজাই বুজি পাইছে.

আজি শিয়ালমাৰী চৰত
20/03/2021

আজি শিয়ালমাৰী চৰত

আজি শিয়ালমাৰী চৰত।
20/03/2021

আজি শিয়ালমাৰী চৰত।

Address


Alerts

Be the first to know and let us send you an email when অসম জাতীয় পৰিষদ ,ধিং posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to অসম জাতীয় পৰিষদ ,ধিং:

  • Want your organization to be the top-listed Government Service?

Share