তথ্য প্ৰযুক্তি কোষ ধেমাজি নগৰ মণ্ডল

  • Home
  • India
  • Dhemaji
  • তথ্য প্ৰযুক্তি কোষ ধেমাজি নগৰ মণ্ডল

তথ্য প্ৰযুক্তি কোষ ধেমাজি নগৰ মণ্ডল This is Official facebook Page of BJP Dhemaji Town Mandal IT CELL GROUP

02/04/2026

হনুমান জয়ন্তীৰ পৱিত্ৰ দিনটোত বজৰংবলীৰ শ্ৰীচৰণত সেৱা জনাই ৰাইজৰ কুশল কামনা কৰিছোঁ।
পৱনপুত্ৰ হনুমানৰ কৃপাদৃষ্টিয়ে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক।

যোৱা কালি ধেমাজি উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ পৰা ৮ টা পঞ্চায়তত থাকি যোৱা ২৪৪ গৰাকী মূখ...
13/03/2026

যোৱা কালি ধেমাজি উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ পৰা ৮ টা পঞ্চায়তত থাকি যোৱা ২৪৪ গৰাকী মূখ্য মন্ত্ৰী উদ্যোমিতা আচনি চেক সমুহ বিতৰণ কৰা হয় ।
BJP Assam Pradesh
BJP Dhemaji District.

আজি ভাৰতীয় জনতা পাৰ্টি ধেমাজি নগৰ মণ্ডল সমিত উদ্যোগত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসুচীত  উত্তৰ ধেমাজি গাঁও পঞ্চায়তৰ অন্ত...
08/03/2026

আজি ভাৰতীয় জনতা পাৰ্টি ধেমাজি নগৰ মণ্ডল সমিত উদ্যোগত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসুচীত উত্তৰ ধেমাজি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাইছাপৰি বলমা গাৱঁৰ ১৪২ নং বুথত বিভিন্ন দল সংগঠনৰ পৰা অহা প্ৰায় 200 জনৰো অধিক লোকে ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে ।
উক্ত যোগদান কাৰ্য্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি ধেমাজি নগৰ মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰীযুত বলিন গগৈ ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলাৰ সমিতি উপ সভানেত্ৰী শ্ৰীযুক্তা ৰঞ্জনা সোণোৱাল দত্ত বাইদেউ কে প্ৰমুখ্যে কৰি ভাৰতীয় জনতা পাৰ্টি ধেমাজি নগৰ মণ্ডল সমিতি বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া সকল উপস্থিত থাকে।

11/02/2026

📍বুথ বিজয় অভিযান....
আকৌ এবাৰ বিজেপি চৰকাৰ....

📍ধেমাজি নগৰ মণ্ডল

09/02/2026

ধেমাজি এতিয়া কেৱল উন্নয়নৰ ঢৌ , ধন্যবাদ অসম চৰকাৰ মুখ্যমন্ত্ৰী মহোদয় ।

ধন্যবাদ ধেমাজি সমষ্টি বিধায়ক তথা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয় ।

Himanta Biswa Sarma
Ranoj Pegu
Rupa Kaman
Balin Gogoi

কংগ্ৰেছৰ দলৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লগত থকা সু -সম্পৰ্কৰ বিৰুদ্ধে আজি  ধেমাজি জিলাত ভাৰতীয় জনতা পাৰ্টি জিলা সমিতি উদ...
08/02/2026

কংগ্ৰেছৰ দলৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লগত থকা সু -সম্পৰ্কৰ বিৰুদ্ধে আজি ধেমাজি জিলাত ভাৰতীয় জনতা পাৰ্টি জিলা সমিতি উদ্যোগত আৰু মণ্ডলৰ সমুহৰ সহযোগত ধেমাজি কৰ্ড ফিল্ডৰ পৰা ধেমাজি জিলা মুখ্য কায্যালয়লৈ বিশাল পদযাত্ৰা কৰা হয় ।
আজি উক্ত কায্যসুচীত আমাৰ মাজত উপস্থিত থাকে ছত্ৰিশগড় উপ-মুখ্যমন্ত্ৰী শ্ৰীযুত অৰুণ সাওৰ ডাঙৰীয়া আৰু ধেমাজি জিলা সমিতিৰ সন্মানীয়া সভানেত্ৰী শ্ৰীযুক্তা ৰূপা কামান ডাঙৰীয়ানী সহিতে মণ্ডৰ সমিতি সভাপতি সকলৰ লগতে দলীয় কাৰ্যকৰ্তা সকলৰ উপস্থিতিত প্ৰতিবাদী কাৰ্যসূচীৰ পালন কৰা হয় ।
Ranoj Pegu
Dilip Saikia
Rupa Kaman
Balin Gogoi
BJP Assam Pradesh
BJP Dhemaji District.

08/02/2026
বুথ বিজয় অভিযান....আকৌ এবাৰ বিজেপি চৰকাৰ....আজি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণুপুৰ আৰু উত্তৰ ধেমাজি পঞ্চায়তৰ অন্...
07/02/2026

বুথ বিজয় অভিযান....
আকৌ এবাৰ বিজেপি চৰকাৰ....

আজি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণুপুৰ আৰু উত্তৰ ধেমাজি পঞ্চায়তৰ অন্তৰ্গত স্থানীয় কাৰ্যকৰ্তাসকলৰ সৈতে 'বুথ বিজয় অভিযান'ত অংশগ্ৰহণ কৰি ২০২৬ত বিজেপিৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন কৰাৰ বাবে ষ্টিকাৰ কাৰ্যসুচী পালন কৰা হয় । আজি এই সময়ছোৱাত ৰাইজৰ আশীৰ্বাদ আমাৰ বাবে আছিল প্ৰেৰণাদায়ক। আজি এই অঞ্চলৰ ৰাইজৰ আস্থা আৰু বিশ্বাসে আমাক সাহস দিলে ৰাইজৰ আশীৰ্বাদক আমি বুকুত বান্ধী লৈ 'বুথ বিজয়'ৰ জড়িয়তে তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম।
এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছিল ধেমাজি বিধান সভা সমষ্টি নিবাৰ্চনী প্ৰভাৰী সন্মানীয় শ্ৰীযুত আলোক তিৱাৰী ডাঙৰীয়া ,ধেমাজি নগৰ মণ্ডলৰ সন্মানীয় সাধাৰন সম্পাদক শ্ৰীযুত প্ৰবিন গগৈ ডাঙৰীয়া,শ্ৰীযুত দিব্যজ্যোতি ডেকা বৰুৱা দেৱৰ লগতে ধেমাজি নগৰ মণ্ডল সমিতি সন্মানীয় উপসভাপতি শ্ৰীযুত চন্দন ভৰালী ডাঙৰীয়া দেৱকে প্ৰমুখ্যে কৰি বুথ সভাপতি আৰু বুথৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
Ranoj Pegu
Rupa Kaman
Balin Gogoi
BJP Assam Pradesh
BJP Dhemaji District.

ৰাজ্যজুৰি আৰম্ভ হোৱা "বুথ বিজয় অভিযান"ৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টি, ধেমাজি নগৰ মণ্ডলৰ অন্তৰ্গত উত্তৰ ধেমাজি গাওঁ পঞ্চ...
07/02/2026

ৰাজ্যজুৰি আৰম্ভ হোৱা "বুথ বিজয় অভিযান"ৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টি, ধেমাজি নগৰ মণ্ডলৰ অন্তৰ্গত উত্তৰ ধেমাজি গাওঁ পঞ্চায়ত আৰু বিষ্ণুপুৰ গাওঁ পঞ্চায়তৰ অন্তুৰ্গত বুথ সমুহৰ ঘৰে ঘৰে গৈ দলীয় ষ্টিকাৰ লগোৱা কাৰ্যসূচীত পালন কৰা হয় । আজি উক্ত কাৰ্যসুচীত আমাৰ মাজত উপস্থিত থাকে ধেমাজি বিধান সভা সমষ্টিৰ সন্মানীয় নিৰ্বাচনী প্ৰভাৰী শ্রীযুত আলোক তিৱাৰী ডাঙৰীয়া,ধেমাজি নগৰ‌ মণ্ডলৰ সন্মানীয় সাধাৰন সম্পাদক শ্ৰীযুত প্ৰবিন গগৈ ডাঙৰীয়া , শ্ৰীযুত দিব্যজ্যোতি ডেকা বৰুৱা ডাঙৰীয়াৰ লগতে নগৰ মণ্ডল সমিতি সন্মানীয় উপ সভাপতি শ্ৰীযুত চন্দন ভৰালী ডাঙৰীয়া ধেমাজি আঞ্চলিক পঞ্চায়তৰ সদস্য মাননীয় শ্ৰীযুত কৃষ্ণ দাস ডাঙৰীয়াকে প্ৰমুখ্য কৰি বুথ সভাপতি সকল, শক্তিকেন্দ্ৰ প্ৰমুখ সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টি ধেমাজি নগৰ মণ্ডলৰ সকলো স্তৰৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
Ranoj Pegu
Rupa Kaman
Balin Gogoi
BJP Assam Pradesh
BJP Dhemaji District.

আজি ভাৰতীয় জনতা পাৰ্টি ,ধেমাজি জিলাৰ মূখ‍্য কাৰ্য‍্যলয়ত আগন্তুক ধেমাজি বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰতি সংগতি ৰাখি ধেমা...
06/02/2026

আজি ভাৰতীয় জনতা পাৰ্টি ,ধেমাজি জিলাৰ মূখ‍্য কাৰ্য‍্যলয়ত আগন্তুক ধেমাজি বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰতি সংগতি ৰাখি ধেমাজি নগৰ মণ্ডলৰ এখনি বিশেষ বৈঠক অনুষ্ঠিত কৰা হয় ।
উক্ত সভাত উপস্থিত থাকে ধেমাজি বিধান সভা সমষ্টিৰ সন্মানীয় নিৰ্বাচনী প্ৰভাৰী শ্রীযুত আলোক তিৱাৰী ডাঙৰীয়া, নগৰ মণ্ডলৰ সভাপতি শ্রীযুত বলিন গগৈ ডাঙৰীয়া, ধেমাজি সমষ্টিৰ নিৰ্বাচনী প্ৰবন্ধন সমিতিৰ প্ৰমূখ শ্রীযুত চন্দন ভৰালী ডাঙৰীয়া ,
ধেমাজি সমষ্টিৰ প্ৰভাৰী শ্রীযুত নিভাজ টায়ে ডাঙৰীয়া, নগৰ মণ্ডল বিষয়ববীয়া সকল, শক্তি কেন্দ্ৰ প্ৰমূখ সকল, মৰ্চাৰ সভাপতি / সাধাৰন সম্পাদক সকল ।
BJP Assam Pradesh
BJP Dhemaji District.
Dilip Saikia
Ranoj Pegu
Pradan Baruah
Balin Gogoi

Excited to share that I just got recognised as one of Ranoj Pegu's top fans! 🎉
06/02/2026

Excited to share that I just got recognised as one of Ranoj Pegu's top fans! 🎉

আজি ভাৰতীয় জনতা পাৰ্টি ধেমাজি নগৰ মণ্ডলৰ উদ্যোগত ডি.আৰ.ডি.এ খেলপথাৰত অনুষ্ঠিত হোৱা  ধেমাজি বিধানসভা সমষ্টিৰ বিগত পাঁচ বছ...
05/02/2026

আজি ভাৰতীয় জনতা পাৰ্টি ধেমাজি নগৰ মণ্ডলৰ উদ্যোগত ডি.আৰ.ডি.এ খেলপথাৰত অনুষ্ঠিত হোৱা ধেমাজি বিধানসভা সমষ্টিৰ বিগত পাঁচ বছৰত ৰূপায়ন হোৱা উন্নয়নমূলক কামসমূহৰ খতিয়ান প্ৰবুদ্ধ নাগৰিক সমাজৰ আগত দাঙি ধৰা উদেশ্যে "বিশেষ সভা"ত অসম চৰকাৰৰ সন্মানীয় শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু ডাঙৰীয়াই জেষ্ঠ ব্যক্তি সকলৰ লগত বিভিন্ন সমস্যা উপৰত মত বিনিময় কৰে ।
Ranoj Pegu
Rupa Kaman
Balin Gogoi
BJP Assam Pradesh
BJP Dhemaji District.

Address

Dhemaji Tawon
Dhemaji
787057

Website

Alerts

Be the first to know and let us send you an email when তথ্য প্ৰযুক্তি কোষ ধেমাজি নগৰ মণ্ডল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share