Aam Aadmi Party Dhemaji

Aam Aadmi Party Dhemaji "এতিয়া ধেমাজি আহিব পৰিবৰ্তন, হ'ব কামৰ ৰাজনীতি, হ'ব দুৰ্নীতি মুক্ত ধেমাজি অসম"

27/03/2026
সকলো মনোনিত ৰ্পাথিলৈ আন্তৰিক অভিনন্দন জনালো
23/03/2026

সকলো মনোনিত ৰ্পাথিলৈ আন্তৰিক অভিনন্দন জনালো

07/03/2026

Raghav Chadha pitches 'Right to Recall' to remove non-performing MPs and MLAs ...

শিষ্যই গুৰুৰ পৰা শিকি আছে

স্মাৰ্ট চিটি গুৱাহাটীৰ  । ১০ বছৰৰ 🪷 পদুম থকাৰ পাছত.........স্মাৰ্ট গুৱাহাটীৰ আচল ৰূপ কি....... কৃত্ৰিম বানপানীৰ আৰু গাঁত...
31/05/2025

স্মাৰ্ট চিটি গুৱাহাটীৰ । ১০ বছৰৰ 🪷 পদুম থকাৰ পাছত.........
স্মাৰ্ট গুৱাহাটীৰ আচল ৰূপ কি....... কৃত্ৰিম বানপানীৰ আৰু গাঁতৰে যাতায়ত কৰি যমৰ যন্ত্ৰণা ভূগিছে মহানগৰবাসীয়ে । প্ৰশ্ন হয়- কেতিয়া প্ৰশাসন তথা চৰকাৰৰ চকুত পৰিবনে মহানগৰবাসীৰ যন্ত্ৰনা ? এয়াই বাস্তৱ অৰ্থত মহানগৰীৰ উন্নয়ন । স্মাৰ্ট চিটি গুৱাহাটীৰ উন্নয়ন আৰু অসমৰ উন্নয়ন ???????????

ভাল পদক্ষেপ  কাৰণ ভাৰতে কেতিয়াও আগতীয়াকৈ যুদ্ধ নকৰে, এইবোৰ কৰাৰ আঁৰত পাকিস্তানক হকিয়নী দিছে, তেতিয়াহে পাকিস্তানে আগতী...
06/05/2025

ভাল পদক্ষেপ কাৰণ ভাৰতে কেতিয়াও আগতীয়াকৈ যুদ্ধ নকৰে, এইবোৰ কৰাৰ আঁৰত পাকিস্তানক হকিয়নী দিছে, তেতিয়াহে পাকিস্তানে আগতীয়া আক্ৰমণ কৰিব আৰু আমি তেতিয়া আমি পাকিস্তানৰ কঁকাল ভাগিম।🙏

30/01/2025

एक तरफ है सारे फ्री की सुविधा उपलब्ध कराने की राजनीति और दूसरी तरफ है सारे फ्री सेवाएं बंद करने की राजनीति आपको तय करना है आपको क्या चाहिए #अबकी_बार_25000

Address

Tanganapara
Dhemaji
787057

Website

Alerts

Be the first to know and let us send you an email when Aam Aadmi Party Dhemaji posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share