Nabajit Gogoi

Nabajit Gogoi Social worker

ঐতিহ্যমণ্ডিত হাবুং ত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু হাবুং পৰিচালনা সমিতিৰ সহযোগত আয়োজন কৰা প্ৰাইজমাণী ফুটবল প্ৰতি...
19/12/2024

ঐতিহ্যমণ্ডিত হাবুং ত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু হাবুং পৰিচালনা সমিতিৰ সহযোগত আয়োজন কৰা প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতা খনিৰ চূড়ান্ত খেলৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি অতিশয় আনন্দিত হৈছোঁ l

আয়োজক সমিতিলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু দুয়োটি দলৰ খেলুৱৈ সকললৈ মোৰ তৰফৰ পৰা অজস্র শুভকামনা আৰু শুভাষা নিবেদিছোঁ l

Navajit Gogoi
Akhil Gogoi

“ ব্যস্ততাপুর্ণ জীৱনৰ মাজত যেতিয়া অকণমান আজৰি সময় পাওঁ নিজৰ মানুহখিনিৰ মনৰ কথা বুজিবৰ বা‌বে প্রয়াস কৰোঁ l ”“ মনত ‌বহুতো ...
15/12/2024

“ ব্যস্ততাপুর্ণ জীৱনৰ মাজত যেতিয়া অকণমান আজৰি সময় পাওঁ নিজৰ মানুহখিনিৰ মনৰ কথা বুজিবৰ বা‌বে প্রয়াস কৰোঁ l ”

“ মনত ‌বহুতো সপোণ আৰু হেপাঁহৰ পম খেদি ঐক্যবদ্ধতাৰে এক ন-সমাজ গঢ়াৰ দিশে শ্রাপানি শান্তিপুৰ কোঁৱৰ গাওঁৰ ৰাইজৰ লগত নতুন অভিজ্ঞতা l ”

Navajit Gogoi
Raijor Dal ৰাইজৰ দল
Akhil Gogoi

কেৰেলাত অনুষ্ঠিত হোৱা JKS Indian & International Karate Championship 2024 প্রতিযোগীতাত অংশগ্রহন কৰি বিভিন্ন পদক লাভ কৰি ...
08/12/2024

কেৰেলাত অনুষ্ঠিত হোৱা JKS Indian & International Karate Championship 2024 প্রতিযোগীতাত অংশগ্রহন কৰি বিভিন্ন পদক লাভ কৰি আমাৰ জিলাখনৰ লগতে সমগ্র পশ্চিম ধেমাজি লৈ গৌৰৱ কঢ়িয়াই অনা সকলো খেলুৱৈ লৈ মোৰ তৰফৰ পৰা অজস্র শুভকামনা জনাইছোঁ l তেখেত সকলে কাৰাটে খেলৰ মাধ্যমেৰে নিজকে প্রতিষ্ঠা কৰি একো একোজন সুদক্ষ খেলুৱৈ হৈ উঠক তাৰে আশা কৰিছোঁ l

এই শুভক্ষনত দলটোৰ প্রশিক্ষক আৰু স্থানপ্রাপক প্রত্যেক খেলুৱৈৰ অভিভাৱক-অভিভাৱিকা লৈ মোৰ হৃদয়ভৰা শুভকামনা l

Navajit Gogoi

অসমৰ বৃহত্তৰ জাতি গঠনত চাওলুং ছ্যু-কা-ফা দেৱৰ গুৰুত্ব অপৰিসীম। তেওঁ যি সংগ্রাম আৰু বীৰত্বৰে অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰ...
02/12/2024

অসমৰ বৃহত্তৰ জাতি গঠনত চাওলুং ছ্যু-কা-ফা দেৱৰ গুৰুত্ব অপৰিসীম। তেওঁ যি সংগ্রাম আৰু বীৰত্বৰে অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল সেইয়া বুৰঞ্জীৰ পাতত চিৰ যুগমীয়া হৈ ৰ'ব। তেওঁৰ মহান আদর্শ অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক প্ৰেৰণা।

Akhil Gogoi
Navajit Gogoi
Raijor Dal ৰাইজৰ দল

বিংশ শতাব্দীৰ অসমৰ এগৰাকী লেখক, সমালোচক, বিশিষ্ট সাহিত্যিক মুনীন বৰকটকী দেৱক তেখেতৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছো।...
06/11/2024

বিংশ শতাব্দীৰ অসমৰ এগৰাকী লেখক, সমালোচক, বিশিষ্ট সাহিত্যিক মুনীন বৰকটকী দেৱক তেখেতৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছো।।
Akhil Gogoi
Navajit Gogoi

সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছো। অসমীয়া গণ জীৱনলৈ তেখেতে আগবঢ়োৱা অৱদানে জাতিটোক সদা...
05/11/2024

সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছো। অসমীয়া গণ জীৱনলৈ তেখেতে আগবঢ়োৱা অৱদানে জাতিটোক সদায় সমৃদ্ধ কৰি ৰাখিব।

সমূহ গোৰ্খা ভাই ভনীলৈ আমাৰ তৰফৰ পৰা পৱিত্ৰ ভ্ৰাতৃ দ্বিতীয়াৰ আন্তৰিক শুভেচ্ছা জনালোঁ।।Raijor Dal ৰাইজৰ দল Navajit Gogoi
03/11/2024

সমূহ গোৰ্খা ভাই ভনীলৈ আমাৰ তৰফৰ পৰা পৱিত্ৰ ভ্ৰাতৃ দ্বিতীয়াৰ আন্তৰিক শুভেচ্ছা জনালোঁ।।
Raijor Dal ৰাইজৰ দল
Navajit Gogoi

সমূহ অসম বাসী ৰাইজলৈ পোহৰৰ উৎসৱ দিপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ।।
31/10/2024

সমূহ অসম বাসী ৰাইজলৈ পোহৰৰ উৎসৱ দিপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ।।

এটা যুগৰ অৱসান ঘটিল।আমাৰ সকলোৰে শ্ৰদ্ধাৰ জনপ্ৰিয় অসমীয়া আলোচনী 'বিস্ময় 'ৰ সম্পাদক শশী ফুকন দেৱৰ মৃত্যুত গভীৰ শোক প্ৰকা...
26/10/2024

এটা যুগৰ অৱসান ঘটিল।
আমাৰ সকলোৰে শ্ৰদ্ধাৰ জনপ্ৰিয় অসমীয়া আলোচনী 'বিস্ময় 'ৰ সম্পাদক শশী ফুকন দেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জনালোঁ। অসমীয়া সাহিত্যৰ জগতখনত বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে ফুকনদেৱে বিস্ময় আলোচনীৰ যোগেদি এক নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ মৃত্যু অসমৰ বাবে অপুৰণীয় ক্ষতি।

Address

Paschim Dhemaji , Ghuguha Dole/
Dhemaji
787057

Telephone

+916000245739

Website

Alerts

Be the first to know and let us send you an email when Nabajit Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category