03/06/2026
শিৱসাগৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ পূজনীয়া মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ বিয়োগৰ খবৰ পাই আমি অত্যন্ত মৰ্মাহত হৈছোঁ।
সন্মিলিত গণশক্তি অসমৰ তৰফৰ পৰা গগৈ ডাঙৰীয়ানীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।
লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
ঔঁম শান্তি!
সম-অধিকাৰ, সম-মৰ্য্যদা, সম-উন্নয়ন।
সন্মিলিত গণশক্তি অসম।