Chittaranjan Basumatary - চিত্তৰঞ্জন বসুমতাৰী

  • Home
  • India
  • Dhemaji
  • Chittaranjan Basumatary - চিত্তৰঞ্জন বসুমতাৰী

Chittaranjan Basumatary - চিত্তৰঞ্জন বসুমতাৰী Official page of Chittaranjan Basumatary, Former Vice President- All Assam Students' Union,

30/12/2024

অসমৰ আই সকলৰ ভক্তি ভৰা দিহানাম প্ৰসংগ 🙏🙏

সংগ্ৰহ - Public Opinion

ডাইনী হত্যা দৰে সামাজিক ব্যাধিক সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা  সমাজসেৱিকা তথা এক স...
13/05/2024

ডাইনী হত্যা দৰে সামাজিক ব্যাধিক সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা সমাজসেৱিকা তথা এক সাহসী সত্তাৰ গৰাকী পদ্মশ্ৰী বীৰুবালা ৰাভা ডাঙৰীয়ানী বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷

তেখেতৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছোঁ।

এগৰাকী মাতৃৰ হেৰুৱাইছোঁ। আজি পোৱতি নিশা ভাতৃপ্ৰতিম সংগীত শিল্পী মৌচম গগৈৰ মাতৃ লাৱণ্য টায়ে গগৈ বিয়োগৰ খবৰে আমাক অতিকৈ ম...
10/05/2024

এগৰাকী মাতৃৰ হেৰুৱাইছোঁ। আজি পোৱতি নিশা ভাতৃপ্ৰতিম সংগীত শিল্পী মৌচম গগৈৰ মাতৃ লাৱণ্য টায়ে গগৈ বিয়োগৰ খবৰে আমাক অতিকৈ মৰ্মাহত কৰিছে ৷ আইৰ আত্মাৰ চিৰশান্তি লাভ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷ ঔম : শান্তি ৷

অসম জাতীয় পৰিষদৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ ভুঞা ডাঙৰীয়াৰ মাতৃৰ বিয়োগৰ খবৰে আমাক অতিকৈ মৰ্মাহত কৰিছে ৷ আইৰ আত্মাৰ চি...
10/05/2024

অসম জাতীয় পৰিষদৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ ভুঞা ডাঙৰীয়াৰ মাতৃৰ বিয়োগৰ খবৰে আমাক অতিকৈ মৰ্মাহত কৰিছে ৷ আইৰ আত্মাৰ চিৰশান্তি লাভ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷ ঔম : শান্তি ৷

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সহঃ সাধাৰণ সম্পাদক, ধেমাজিৰ চন্দ্ৰ চাংমাই দা আজি ইহলীলা সম্বৰন কৰাত মৰ্মা...
17/01/2023

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সহঃ সাধাৰণ সম্পাদক, ধেমাজিৰ চন্দ্ৰ চাংমাই দা আজি ইহলীলা সম্বৰন কৰাত মৰ্মাহত হলো ৷ তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জনালো।

আমাৰ সকলোৰে পূজনীয় অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, কীৰ্তি শিক্ষক বঁটা প্ৰাপ্ত, মোৰ অভিভাৱক স্বৰূপ, মাতৃতুল্য অম্বিকা সন...
16/01/2023

আমাৰ সকলোৰে পূজনীয় অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, কীৰ্তি শিক্ষক বঁটা প্ৰাপ্ত, মোৰ অভিভাৱক স্বৰূপ, মাতৃতুল্য অম্বিকা সন্দিকৈ ডাঙৰীয়ানীৰ অকাল বিয়োগত অতিকে মৰ্মাহত হৈছোঁ। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ যাচিছোঁ গভীৰ সমবেদনা।।

একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ, অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা ত...
29/08/2022

একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ, অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা তথা সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰা মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথিৰ প্ৰণিপাত জনাইছোঁ।

সকলো অসমবাসীৰ লগতে দেশবাসীলৈ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা আৰু প্ৰতিগৰাকী বীৰ শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণাম।
15/08/2022

সকলো অসমবাসীৰ লগতে দেশবাসীলৈ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা আৰু প্ৰতিগৰাকী বীৰ শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণাম।

কমনৱেলথ গেমছত লন বলত স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে অসমকন্যা নয়নমণি শইকীয়া আৰু সতীৰ্থই।   নয়নমণি শইকীয়ালৈ আন্তৰিক অভিনন্দন জ্...
02/08/2022

কমনৱেলথ গেমছত লন বলত স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে অসমকন্যা নয়নমণি শইকীয়া আৰু সতীৰ্থই।

নয়নমণি শইকীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

Address

Dhemaji

Website

Alerts

Be the first to know and let us send you an email when Chittaranjan Basumatary - চিত্তৰঞ্জন বসুমতাৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share