Udalguri Cha Janagusthi Morcha, BJP

Udalguri Cha Janagusthi Morcha, BJP BTR Needs BJP for its Peace, Prosperity And Development

  উদালগুৰি‌ জিলা চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি সন্মানীয় Khagen Tati ডাঙৰীয়াৰ বাসগৃহত আজি "হৰ ঘৰ ত্ৰিৰংগা" অভিযানৰ অধীনত স...
12/08/2026



উদালগুৰি‌ জিলা চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি সন্মানীয় Khagen Tati ডাঙৰীয়াৰ বাসগৃহত আজি "হৰ ঘৰ ত্ৰিৰংগা" অভিযানৰ অধীনত সসন্মানেৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।

Himanta Biswa Sarma
Dilip Saikia
Bikan Chandra Deka
Ajoy Kumar Hazarika
Dulen Nayak
Sanjit Tanti

BJP Assam Pradesh
BJP Udalguri District

03/08/2026
ভাৰতীয় জনতা পাৰ্টি, উদালগুৰিজিলা সমিতিৰ সভাপতি সন্মানীয় Ajoy Kumar Hazarika দেৱৰ অনুমোদন মৰ্মে উদালগুৰি চাহ জনগোষ্ঠী ম...
03/08/2026

ভাৰতীয় জনতা পাৰ্টি, উদালগুৰিজিলা সমিতিৰ সভাপতি সন্মানীয় Ajoy Kumar Hazarika দেৱৰ অনুমোদন মৰ্মে উদালগুৰি চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি সন্মানীয় Khagen Tati ডাঙৰীয়াই জিলা অন্তৰ্গত ছয় টা মণ্ডল চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি সকলক নিযুক্তি প্ৰদান কৰে।
সকলো নৱ নিযুক্ত সভাপতি সকললৈ চাহ জনগোষ্ঠী মৰ্চা উদালগুৰি জিলা সমিতি‌ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হ'ল।

Himanta Biswa Sarma
Dilip Saikia
Bikan Chandra Deka
Dulen Nayak
Sanjit Tanti
BJP Assam Pradesh
BJP Udalguri District

26/07/2026

এতিয়া CJP য়ে কংগ্রেছ আৰু আপ ৰ চৰকাৰ থকা দুটা ৰাইজৰ শিক্ষা মন্ত্ৰীৰ পদত্যাগ বিচাৰিব নে?
এতিয়া CJP কাৰণে
"আগে খাই, পিছে কুৱা" ধৰণৰ পৰিস্থিতি

দেশৰ সুৰক্ষা আৰু ভৱিষ্যতৰ প্ৰতি ভাবুকিৰ প্ৰতি লক্ষ্য কৰি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই যি ত্যাগ স্বীকাৰ কৰিলে তাৰ বাবে তেখ...
25/07/2026

দেশৰ সুৰক্ষা আৰু ভৱিষ্যতৰ প্ৰতি ভাবুকিৰ প্ৰতি লক্ষ্য কৰি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই যি ত্যাগ স্বীকাৰ কৰিলে তাৰ বাবে তেখেতলৈ সশ্রদ্ধ প্ৰণাম জনালোঁ।

২০৪৭ চনৰ বিকশিত ভাৰতৰ সংকল্প যুৱ প্ৰজন্মৰ অংশগ্ৰহণ অবিহনে সম্পূৰ্ণ নহয়। যুৱ প্ৰজন্মৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই পদত্যাগৰ জৰিয়তে যি বলিষ্ঠ তথা সাহসী পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতৰ এই সমৰ্পন সঁচাকৈয়ে প্ৰশংসনীয়। দেশৰ শৈক্ষিক ক্ষেত্ৰখনৰ সংস্কাৰৰ দিশতো তেখেতৰ অৱদান স্মৰণীয় হৈ ৰ'ব। প্ৰভু জগন্নাথে অনাগত দিনবোৰত তেখেতক অধিক উদ্যমেৰে ৰাইজৰ সেৱা আগবঢ়াই যাবলৈ শক্তি প্ৰদান কৰক, তাৰেই কামনা কৰিলোঁ।

21/07/2026

অ শুনিছেনে ৰাইজ! মই বাতৰি পোৱা নাই এতিয়ালৈকে। কোনোবা পাইছে যদি জনাবচোন। দিল্লীত চৰকাৰ সলনি হল নেকি বাৰু? পাপুৱে প্ৰধান মন্ত্ৰী হিচাবে কেতিয়া শপত লব?
🤪🤪🤪

আজি উদালগুৰি জিলা চাহ জনগোষ্ঠী মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক ও চিনাকি পৰিচয় সভা অনুষ্ঠিত কৰা হয়। চাঃজঃমঃ ৰ জিলা সভাপতি সন...
15/07/2026

আজি উদালগুৰি জিলা চাহ জনগোষ্ঠী মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক ও চিনাকি পৰিচয় সভা অনুষ্ঠিত কৰা হয়। চাঃজঃমঃ ৰ জিলা সভাপতি সন্মানীয় শ্ৰী খগেন তান্তী Khagen Tati ডাঙৰীয়াৰ সভাপতিত্ব ত অনুষ্ঠিত হোৱা আজিৰ সভাত চাঃজঃমঃ সাংগঠনিক দিশ শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰা হয়।
আদিবাসী চাহ জনগোষ্ঠীৰ বাবে চৰকাৰে প্ৰদান কৰা আঁচনি সমূহ জনসাধাৰণৰ মাজত প্ৰচাৰ ও সজাগতা অনাৰ ওপৰত গুৰুত্ব পূর্ণ আলোচনা কৰা হয়।
লগতে আমাৰ জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সমূহ দলৰ মজিয়াত উপস্থাপন কৰিবলৈও আলোচনা কৰা হয়।
সভাত উপস্থিত জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী দিলৰাজ পানিকই কৰা সভাৰ উদ্দেশ্য বাখ্যাৰ ওপৰত ভিত্তি কৰি বিভিন্ন বিষয়ববীয়া ই নিজৰ নিজৰ মতামত দাঙি ধৰে।

Himanta Biswa Sarma
Dilip Saikia
Dulen Nayak
Bikan Chandra Deka
Ajoy Kumar Hazarika
Sanjit Tanti

Address

Delhi

Website

Alerts

Be the first to know and let us send you an email when Udalguri Cha Janagusthi Morcha, BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share