28/01/2024
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বামুনজুলি আঞ্চলিক সমিতি (আগ্ছু)ৰ '' দ্বিতীয় গোৰ্খা ক্ৰিকেট টুৰ্নামেন্ট-2024 '' ৰ আজি ফাইনেল খেল বি.এন শাখা সমিতি (আগ্ছু) আৰু কালিখোলা শাখা সমিতি (আগ্ছু)ৰ মাজত অনুষ্ঠিত হয়। অৱশেষত কালিখোলা শাখা সমিতি (আগ্ছু)ক পৰাজয় কৰি বি.এন শাখা সমিতি (আগ্ছু) বিজয়ী হয় । খেলখন সুন্দৰ ভাৱে পৰিচালনা তথা আয়োজন কৰা বামুনজুলি আঞ্চলিক সমিতি (আগ্ছু)ৰ ক্ৰীড়া সম্পাদক
শ্ৰী D J Rai লগতে আয়োজক সমিতিৰ সভাপতি/সম্পাদক আৰু আয়োজক সমিতিৰ সকলো বিষয়ববীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। খেলখনত উপস্থিত থাকে বামুনজুলি আঞ্চলিক সমিতি (আগ্ছু)ৰ সভাপতি শ্ৰী Monish Limbu Thebe ডাঙৰীয়া, সম্পাদক শ্ৰী पदम गोर्खा ডাঙৰীয়া, সাংগঠনিক সম্পাদক শ্ৰী Tansh B Pradhan ডাঙৰীয়া, কাৰ্য়্যলয় সম্পাদক শ্ৰী Jiban Chetry ডাঙৰীয়া লগতে উপস্থিত থাকে বামুনজুলি আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰী Rupam Attreya ডাঙৰীয়া, গোৰ্খে চলাম প্ৰডকছন তথা ভোলাটাৰ ভিচিডিচিৰ অধ্যক্ষ শ্ৰী Rajib Tamang Gorkha ডাঙৰীয়া আৰু সকলো ক্ৰীড়া প্ৰেমি ৰাইজৰ উপস্থিতি থাকে লগতে বামুনজুলি আঞ্চলিক সমিতি (আগ্ছু)ৰ তৰফৰ পৰা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
🙏ধন্যবাদ 🙏
প্ৰচাৰ সম্পাদক
Shyam Adhikary
Bamunjuli Anchalic Committee - AAGSU