Dhiraj kr sarma

Dhiraj kr sarma General Secretary , Bharatia Janata Yuva Morcha , Darrang

02/03/2026

জন সমৰ্থন , শক্তিশালী অসম ।

Himanta Biswa Sarma
Dilip Saikia
Makunda Deka

21/02/2026

এটা সময় আছিল যি সময়ত ভূমিপুত্ৰৰ স্বাৰ্থ ৰক্ষা কৰাৰ নামত কেৱল ৰাজনীতি হৈছিল, কিন্তু বাস্তৱত ভূমিপুত্ৰ নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল। ৭০ বছৰৰ সেই ক’লা ইতিহাস মনত ৰাখিছে অসমে।

Himanta Biswa Sarma

20/02/2026

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাটো একপ্ৰকাৰ নিশ্চিত। আমি আশাবাদী : আজিৰ দৰেই পুনৰ উৰ্ধগামী হ'ব অসমৰ উন্নয়নৰ নিৰন্তৰ গতি।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJP Darrang District

অসম আন্দোলনৰ অগ্ৰণী নেতা , দুনী আঞ্চলিক ছাত্ৰ সন্থাৰ একেৰাহে কেইবাটাও কাৰ্যকালৰ সভাপতি, দুনী শাখা সাহিত্য সভাৰ সভাপতি ,প...
18/02/2026

অসম আন্দোলনৰ অগ্ৰণী নেতা , দুনী আঞ্চলিক ছাত্ৰ সন্থাৰ একেৰাহে কেইবাটাও কাৰ্যকালৰ সভাপতি, দুনী শাখা সাহিত্য সভাৰ সভাপতি ,পশ্চিম দৰং বিষ্ণুজ্যোতি হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ,শ্ৰদ্ধাৰ গজেন বৰা দেৱৰ শেষ যাত্ৰাত ভাৰতীয় জনতা পাৰ্টি দৰং জিলাৰ সভাপতি Makunda Deka ডাঙৰীয়া আৰু দলীয় সতীৰ্থ সকলৰ সৈতে অংশগ্ৰহন কৰি আমিওঁ ভাৰতীয় জনতা যুৱ মৰ্চা দৰং জিলা সমিতিৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰো ।
Himanta Biswa Sarma
Dilip Saikia
BJP Darrang District

এক সংগ্ৰামী সত্বাৰ মহাপ্ৰস্থান …..অসম আন্দোলনৰ অগ্ৰণী নেতা , বিশিষ্ঠ শিক্ষাবিদ গজেন বৰা প্ৰয়ানত মৰ্মাহত হৈ পৰিছো । তেখেত...
17/02/2026

এক সংগ্ৰামী সত্বাৰ মহাপ্ৰস্থান …..
অসম আন্দোলনৰ অগ্ৰণী নেতা , বিশিষ্ঠ শিক্ষাবিদ গজেন বৰা প্ৰয়ানত মৰ্মাহত হৈ পৰিছো ।
তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলো ।

17/02/2026
17/02/2026

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ আগতেই মাধৱ কন্দলীয়ে প্ৰথমবাৰৰ বাবে সংস্কৃতৰ পৰা অসমীয়ালৈ ৰামায়ণ অনুবাদ কৰিছিল। সমগ্ৰ ভাৰতবৰ্ষত সংস্কৃতৰ পৰা আঞ্চলিক ভাষালৈ অনুবাদ কৰা দ্বিতীয়জন পণ্ডিত হিচাপে তেওঁ ইতিহাসত স্থান লাভ কৰে। অসমীয়া ভাষা-সাহিত্যৰ ভেটি শক্তিশালী কৰাত মাধৱ কন্দলীৰ অৱদান অতুলনীয়।

কিন্তু প্ৰশ্ন হৈছে — আজিলৈ তেওঁৰ প্ৰতিমূৰ্তি ক’ত? তেওঁৰ নামেৰে কলাক্ষেত্ৰ, গবেষণা কেন্দ্ৰ বা ৰাজ্যিক স্মৃতিসৌধ কিয় নাই?
ইতিহাসে তেওঁক যোগ্য সন্মান দিবলৈ কিয় কুণ্ঠিত?

আহোমসকল অসমলৈ অহাৰ বহু শতাব্দী আগতেই প্ৰাগজ্যোতিষপুৰত ব্ৰাহ্মণ সমাজে শিক্ষা, জ্যোতিষ, ধৰ্ম-দৰ্শন আৰু সংস্কৃতিৰ বিস্তাৰ কৰিছিল। এই সত্য ইতিহাসৰ পৃষ্ঠাত স্পষ্টকৈ লিখা আছে।

মহান জ্যোতিষী অচ্যুতানন্দ দলৈৰ দৰে ব্যক্তিত্বৰ বিষয়ে গভীৰ চৰ্চা হোৱা উচিত আছিল। তাৰ বিপৰীতে কাল্পনিক চৰিত্ৰ “বাঘ হাজৰিকা”ক লৈ অধিক আলোচনা হয় — কিয়?

সূৰ্যখড়ি দৈৱজ্ঞৰ দৰে মহান অসমীয়া ব্যক্তিত্বক কিয় প্ৰায় বিস্মৃত কৰা হৈছে?

অসমত ১৩ লক্ষাধিক ভোটাৰ থকা ভূমিপুত্ৰ ব্ৰাহ্মণ সমাজৰ উন্নয়নৰ বাবে স্পষ্ট নীতি-আলোচনা ক’ত?
সকলো জনগোষ্ঠীৰ বাবে উন্নয়ন পৰিষদ আছে — কিন্তু ব্ৰাহ্মণ সমাজৰ সামাজিক-সাংস্কৃতিক অধিকাৰৰ ক্ষেত্ৰত সমান গুৰুত্ব কিয় দেখা নাযায়?

এই আলোচনা বিভাজনৰ বাবে নহয় — ইতিহাসক সঠিক স্বীকৃতি দিয়াৰ বাবে।
অসমৰ প্ৰতিটো জনগোষ্ঠীৰ দৰে ব্ৰাহ্মণ সমাজৰো অৱদান আৰু অধিকাৰ আছে।
সমান সন্মান, সমান স্বীকৃতি, সমান উন্নয়ন — এইটো হ’ব লাগে আমাৰ লক্ষ্য।

নহ’লে শেষত কবলৈ বাধ‍্য হম “ পেটেৰে নহয় , হাতেৰে মাৰক “ ।

অশান্ত অসমৰ সেই সময় উকলিল। মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আজি সুৰক্ষিত।
26/01/2026

অশান্ত অসমৰ সেই সময় উকলিল। মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আজি সুৰক্ষিত।

পূৰ্বতে অনুপ্ৰৱেশকাৰীয়ে পাইছিল ভোটাধিকাৰ, আজিৰ অসমত কিন্তু আইনেই সৰ্বোপৰি। দৃঢ় সিদ্ধান্ত আৰু স্পষ্ট নীতিয়ে এতিয়া অনু...
26/01/2026

পূৰ্বতে অনুপ্ৰৱেশকাৰীয়ে পাইছিল ভোটাধিকাৰ, আজিৰ অসমত কিন্তু আইনেই সৰ্বোপৰি।

দৃঢ় সিদ্ধান্ত আৰু স্পষ্ট নীতিয়ে এতিয়া অনুপ্ৰৱেশকাৰীৰ বাবে বন্ধ কৰিছে অসমৰ দুৱাৰ। ভোটাধিকাৰৰ সুৰক্ষা, সীমান্তৰ সুৰক্ষা আৰু জাতিৰ স্বাভিমান এয়াই নতুন অসমৰ পৰিচয়।

Address

Darrang

Telephone

+918011639358

Website

Alerts

Be the first to know and let us send you an email when Dhiraj kr sarma posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share