05/03/2026
।। শোকবার্তা ।।
আজি ইংৰাজী ০৫/০৩/২০২৬ তাৰিখ বৃহস্পতিবাৰে আমাৰ আঞ্চলিকৰ প্ৰাক্তন কাৰ্যকৰ্তা কদ্দুচ খান (লাকী) ৰ পিতৃ পাশান খান তেখেতৰ নিজ গৃহত আবেলি প্ৰায় ৪:৩০ ৰ ভাগত ইহলীলা সম্বৰণ কৰে।
গৰুৱাঝাৰ-কালিখোলা আঞ্চলিক সমিতি (আমছু)ৰ তৰফৰ পৰা তেখেত ও তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। মহান আল্লাহ ত্বালাৰ ওচৰত তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তিৰ দুৱা কৰিলোঁ।
আজি ৰাতি তাৰাবি নামাজৰ পিছত তেখেতৰ জানজা সম্পন্ন কৰা হব।
গতিকে সকলোৰে উপস্থিতি কামনা কৰিলোঁ।
ইন্না লিল্লাহি ৱা ইন্না ইলাইহি ৰাজিউন