বৰহাট আঞ্চলিক ছাত্র সন্থা।

  • Home
  • India
  • Borhat
  • বৰহাট আঞ্চলিক ছাত্র সন্থা।

বৰহাট আঞ্চলিক ছাত্র সন্থা। জয় আই অসম।

07/04/2026
17/07/2025

ছহিদ হিমাংশু তামুলীলৈ শ্ৰদ্ধাৰ্ঘ‍্য

টিহু মহকুমা গঠনৰ দাবীত হোৱা আন্দোলনত ২০১৫ চনৰ ১৭ জুলাই তাৰিখে আছুৰ সক্ৰিয় সদস্য হিমাংশু তামুলী ছহিদ হৈছিল। লগতে ব্ৰজেন বৈশ্য গুলীবিদ্ধ হৈছিল৷ আন্দোলন গণতান্ত্ৰিত আছিল, শান্তিপূৰ্ণ আছিল। কিন্তু নিৰ্বিচাৰে গুলী চলোৱা হৈছিল।

সেইসময়ত হিমাংশু তামুলীৰ ত্যাগক উচিত মৰ্যাদা প্ৰদানৰ ঘোষণা কৰাৰ লগতে চৰকাৰে হিমাংশু তামুলীৰ পৰিয়ালক আৰু ব্ৰজেন বৈশ্যক সংস্থাপন প্ৰতিশ্ৰুতি প্ৰদান কৰা সমগ্ৰ অসমবাসীয়ে পাহৰা নাই৷

আজি ২০২৫ চনৰ ১৭ জুলাই৷ হিমাংশু তামুলীৰ মৃত্যুৰ দহবছৰ সম্পূৰ্ণ হ’ল৷ মহকুমাৰ ধাৰণাই অসমৰ পৰা উঠি গ’ল। কিন্তু চৰকাৰ প্ৰতিশ্ৰুতি ঘোষণাতে থাকি গ’ল৷

আশাত বন্দী হিমাংশু তামুলীৰ ৰুগ্ন পিতৃয়ে একমাত্ৰ পুত্ৰৰ প্ৰতিটো মৃত্যু তিথিত সোঁৱৰাই আহিছে চৰকাৰৰ প্ৰতিশ্ৰুতি। চৰকাৰ সলনি হ’ল। কিন্তু চৰকাৰ চলোৱা মানুহবোৰ প্ৰায় একেই আছে।

সেয়ে পুনৰ সুধিছোঁ - ন‍্যায় পাবনে ছহিদ পৰিয়ালে? সংস্থাপন পাব নে হিমাংশু তামূলী আৰু ব্ৰজেন বৈশ‍্যৰ পৰিয়ালে?

দাবী জনালোঁ।

-Utpal Sarma

17/07/2025
সকলোৰে সহায় - সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ ।
17/07/2025

সকলোৰে সহায় - সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ ।

আজি বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কার্যালয়ত আঞ্চলিক ছাত্র সন্থাৰ এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় ।
17/07/2025

আজি বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কার্যালয়ত আঞ্চলিক ছাত্র সন্থাৰ এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় ।

বৰহাটত দেওবৰীয়া সাপ্তাহিক বজাৰ আৰু দৈনিক বজাৰৰ বিক্ৰেতাসকলে পেলনীয়া বস্তুসমূহ যধে মধে পেলোৱাৰ ফলত নলা নৰ্দমাসমূহ বন্ধ ...
17/07/2025

বৰহাটত দেওবৰীয়া সাপ্তাহিক বজাৰ আৰু দৈনিক বজাৰৰ বিক্ৰেতাসকলে পেলনীয়া বস্তুসমূহ যধে মধে পেলোৱাৰ ফলত নলা নৰ্দমাসমূহ বন্ধ হোৱাৰ লগতে দুৰ্গন্ধ সৃষ্টি হৈছে। আৰু বিক্ৰেতাৰ লগতে গ্ৰাহক তথা জনসাধাৰণেও জীয়াতু ভুগিব লগা হৈছে। গতিকে চৰকাৰী কৰ্তৃপক্ষই এই বিষয়টো গুৰুত্ব সহকাৰে লৈ উচিত ব্যৱস্থা লবৰ বাবে আজি ইংৰাজী ১৭ জুলাই ২০২৫ , বৃহস্পতিবাৰে বৰহাট আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহ চক্ৰ বিষয়াৰ যোগেদি জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰোঁ।

30/06/2025
দেশ মাতৃৰ বীৰ সন্তান, কাৰ্গিল যুদ্ধৰ শ্বহীদ "বীৰ চক্ৰ" কেপ্টেইন জিণ্টু গগৈক তেখেতৰ ২৬ তম মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপ...
30/06/2025

দেশ মাতৃৰ বীৰ সন্তান, কাৰ্গিল যুদ্ধৰ শ্বহীদ "বীৰ চক্ৰ" কেপ্টেইন জিণ্টু গগৈক তেখেতৰ ২৬ তম মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ।

উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ ।
30/06/2025

উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ ।

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ ।
15/06/2025

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ ।

সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ অন্তগৰ্ত বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভা আজি অৰ্থাৎ ১৫/০৬/২০২৫ তাৰ...
15/06/2025

সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ অন্তগৰ্ত বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভা আজি অৰ্থাৎ ১৫/০৬/২০২৫ তাৰিখ দেউবাৰে আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় ।

Address

Borhat
Borhat
785693

Website

Alerts

Be the first to know and let us send you an email when বৰহাট আঞ্চলিক ছাত্র সন্থা। posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category