18/08/2025
শান্তি, ঐক্য, প্ৰগতি – প্ৰথমে বডোলেণ্ড!
চিৰাঙৰ কাজলগাঁৱত আজি অনুষ্ঠিত UPPL’s Rally for a Harmonious BTR ত এক ব্যাপক ঐক্য আৰু দায়বদ্ধতাৰ প্ৰদৰ্শন। ✨
মাননীয় চি ই এম শ্ৰীযুত প্ৰমোদ বড়ো জীৰ নেতৃত্বত এখন শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু সৰ্বাংগীন বডোলেণ্ড গঢ়াৰ আমাৰ সামূহিক সংকল্পক ৰাইজৰ আপ্লুত অংশগ্ৰহণ আৰু উৎসাহে পুনৰ দৃঢ়তাৰে কঢ়িয়াই আনিছে।