Himani Adhikary

Himani Adhikary Provary, BJP Dhubri District
Member, ASCW. Member, Discipl. Action committee
BJP Assam Pradesh . Ex. District President,
BJP Bongaigaon District.

State Secretary,
BJP Assam Pradesh Committee. Advocate, BNGN Court. GM , Kamatapur Autonomous Council

29/05/2026

আজি ধুবুৰী জিলা কাৰ্য্যালয়ত . . .

ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শাসনৰ তথা বিশ্বাস, উন্নয়ন আৰু জনকল্যানৰ ১২ বছৰ সম্পূৰ্ন হোৱা উপলক্ষে আগন...
29/05/2026

ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শাসনৰ তথা বিশ্বাস, উন্নয়ন আৰু জনকল্যানৰ ১২ বছৰ সম্পূৰ্ন হোৱা উপলক্ষে আগন্তুক দিনত উদযাপন কৰিবলগীয়া কাৰ্য্যসূচীৰ সফল ৰূপায়নৰ সম্বন্ধত আজি ২৯-০৫-২০২৬ ইং তাৰিখে মাননীয় জিলা সভাপতি সভাপতি শ্ৰীযুত ৰঞ্জিৎ কুমাৰ ৰায় ডাঙৰীয়াৰ সভাপতিত্বত মণ্ডল সভাপতি-সভানেত্ৰী সকল, জিলা মৰ্চাৰ সভাপতি-সভানেত্ৰী সকলৰ সমন্বিতে জিলা টলীৰ লগত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ন সাংগঠনিক সভাত অংশগ্ৰহন কৰো।

Himanta Biswa Sarma
Dilip Saikia
Harish Dwivedi
Ravindra Raju
BJP Assam Pradesh

আজি ২৯-০৫-২০২৬ ইং তাৰিখে অটল বিহাৰী বাজপেয়ী ভৱন ধুবুৰী জিলা কাৰ্য্যালয়ত মাননীয় জিলা সভাপতি শ্ৰীযুত ৰঞ্জিৎ কুমাৰ ৰায় ডাঙৰ...
29/05/2026

আজি ২৯-০৫-২০২৬ ইং তাৰিখে অটল বিহাৰী বাজপেয়ী ভৱন ধুবুৰী জিলা কাৰ্য্যালয়ত মাননীয় জিলা সভাপতি শ্ৰীযুত ৰঞ্জিৎ কুমাৰ ৰায় ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা "জিলা কৰ্ণধাৰ সমিতিৰ বৈঠক" ত জিলাখনৰ প্ৰভাৰী হিচাবে উপস্থিত থাকি সাংগঠনিক দিশত বিশদ আলোচনা কৰো।

আজিৰ বৈঠকত গোলকগঞ্জ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত অশ্বিনী ৰায় সৰকাৰ ডাঙৰীয়া আৰু মাননীয় প্ৰাক্তন জিলা সভাপতি শ্ৰীযুত প্ৰসেনজিৎ দত্ত ডাঙৰীয়া প্ৰমুখ্যে অপেক্ষিত সকল উপস্থিত থাকে।

Himanta Biswa Sarma
Dilip Saikia
Harish Dwivedi
Ravindra Raju
BJP Assam Pradesh

আজি ২৯-০৫-২০২৬ ইং তাৰিখে অটল বিহাৰী বাজপেয়ী ভৱন ধুবুৰী জিলা কাৰ্য্যালয়ত মাননীয় জিলা সভাপতি শ্ৰীযুত ৰঞ্জিৎ কুমাৰ ৰায় ডাঙৰ...
29/05/2026

আজি ২৯-০৫-২০২৬ ইং তাৰিখে অটল বিহাৰী বাজপেয়ী ভৱন ধুবুৰী জিলা কাৰ্য্যালয়ত মাননীয় জিলা সভাপতি শ্ৰীযুত ৰঞ্জিৎ কুমাৰ ৰায় ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা "জিলা বিষয়ববীয়া সভা" ত জিলাখনৰ প্ৰভাৰী হিচাবে উপস্থিত অংশগ্ৰহন কৰো।

Himanta Biswa Sarma
Dilip Saikia
Harish Dwivedi
Ravindra Raju
BJP Assam Pradesh

ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শাসনৰ তথা বিশ্বাস, উন্নয়ন, বিকাশ আৰু জনকল্যানৰ ১২ বছৰ সম্পূৰ্ন হোৱা উপলক...
28/05/2026

ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শাসনৰ তথা বিশ্বাস, উন্নয়ন, বিকাশ আৰু জনকল্যানৰ ১২ বছৰ সম্পূৰ্ন হোৱা উপলক্ষে আগন্তুক দিনত উদযাপন কৰিবলগীয়া কাৰ্য্যসূচী সম্বন্ধত আজি সন্ধিয়া ৮ বজাত মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই ভিডিও কণফাৰেঞ্চ যোগে সম্বোধন কৰা গুৰুত্বপূৰ্ন সাংগঠনিক সভাত অংশগ্ৰহন কৰো।

আজিৰ এই ভিডিও কণফাৰেঞ্চ সভাত ৰাজ্যিক বিষয়-ববীয়া আৰু মৰ্চাৰ ৰাজ্যিক সভাপতি, সাংসদ আৰু বিধায়ক, জিলা সভাপতি, জিলা প্ৰভাৰী আৰু সহ-প্ৰভাৰী সমন্বিতে সংশ্লিষ্ট বিষয় ববীয়া সকলে অংশ গ্ৰহন কৰে।

Himanta Biswa Sarma
Dilip Saikia
Harish Dwivedi
Ravindra Raju
BJP Assam Pradesh

28/05/2026

'সকলোৰে বাবে সম অধিকাৰ'— ই কেৱল মানুহৰ মুখে মুখে বিয়পি থকা এক জনশ্ৰুতি হৈ থাকিব নালাগে। সকলোৱে সঁচাৰ্থত এই কথাৰ বাস্তৱ ৰূপায়ণ বিচাৰে আৰু সেইবাবেই সম নাগৰিক সংহিতাৰ প্ৰয়োজন৷ অসম সম নাগৰিক সংহিতাৰ জৰিয়তে কিদৰে সম অধিকাৰ লাভ কৰিব, তাৰেই কিছু আভাস…

Here are salient features of , which fulfils one of our foremost ideological promises and brings parity in family law and systems to fully protect our sisters from exploitation & recognise modern family structures whilst protecting rights of indigenous communities.

27/05/2026
27/05/2026
27/05/2026
27/05/2026

Address

Bongaigaon
783380

Website

Alerts

Be the first to know and let us send you an email when Himani Adhikary posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share