Bhaskar Mandal - BJP

Bhaskar Mandal - BJP Nation First
Businessman by Profession, Politician by Passion.

27/03/2026

: জন আশীৰ্বাদ যাত্ৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ...

27/03/2026

Cricket World Cup

🪔 Happy Diwali 🪔May your life be filled with the light of happiness and prosperity,and may all darkness, sorrow, and wor...
20/10/2025

🪔 Happy Diwali 🪔

May your life be filled with the light of happiness and prosperity,
and may all darkness, sorrow, and worries disappear.
On this holy festival of Diwali,
may your home be filled with joy, love, and togetherness. 🌸

With the blessings of Goddess Lakshmi,
may your days be bright with success, peace, and good fortune.
Let every diya you light spread hope, positivity, and a new beginning.

🌟 Wishing you and your family a very Happy and Prosperous Diwali! 🌟
💫 Jai Maa Lakshmi! Happy Diwali! 💫

🌞✨ Good Morning✨🌞Every new morning brings a new opportunity in life.Forget yesterday’s failures and start today with fre...
19/10/2025

🌞✨ Good Morning✨🌞

Every new morning brings a new opportunity in life.
Forget yesterday’s failures and start today with fresh energy and confidence. 🌿

💪 Remember —
To succeed in life, you must first believe in yourself.
Even if no one believes in you, stay true to your dreams.
Because “Those who never give up are the ones the world salutes one day.” 💫

18/10/2025
✨🌟 ধনতেৰছৰ আন্তৰিক শুভেচ্ছা 🌟✨ধনতেৰছৰ এই পবিত্ৰ পৰ্ব আপোনাৰ জীৱনতঅসীম সুখ, সমৃদ্ধি, স্বাস্থ্য আৰু ঐশ্বৰ্য আনক।মা লক্ষ্মী...
18/10/2025

✨🌟 ধনতেৰছৰ আন্তৰিক শুভেচ্ছা 🌟✨

ধনতেৰছৰ এই পবিত্ৰ পৰ্ব আপোনাৰ জীৱনত
অসীম সুখ, সমৃদ্ধি, স্বাস্থ্য আৰু ঐশ্বৰ্য আনক।
মা লক্ষ্মী আৰু ভগৱান ধন্বন্তৰিৰ কৃপাৰে
আপোনাৰ পৰিয়ালত সদায়
ধন, ধান্য আৰু মঙ্গলৰ বৰষা হ’ব।

এই শুভ অৱসৰত আপোনাৰ জীৱনত
নতুন শক্তি, নতুন আশা আৰু সফলতাৰ নতুন দ্বাৰ খুলক।
আপোনাৰ প্ৰতিটো দিন সোনাৰ দৰে উজ্বল হওক,
আৰু প্ৰতিটো কামত শুভ ফল লাভ হওক।

🌸 আপোনাক আৰু আপোনাৰ পৰিয়ালক ধনতেৰছৰ আন্তৰিক শুভেচ্ছা! 🌸
💰✨ জয় মা লক্ষ্মী! জয় শ্ৰী ধন্বন্তৰি! ✨💰

16/03/2025

On my way to Sribhumi from Kumbhirgram, I reached the District BJP Office Cachar and met Shri Rupam Saha Ji (President, BJP Cachar District) and Shri Dipayan Chakraborty Ji (Hon'ble MLA, Silchar).

🌈✨ Happy Holi! ✨🌈Wishing everyone a joyful and colorful celebration! May this festival of colors fill your life with lov...
14/03/2025

🌈✨ Happy Holi! ✨🌈

Wishing everyone a joyful and colorful celebration! May this festival of colors fill your life with love, happiness, and prosperity. Let's come together, spread positivity, and cherish the beautiful moments with friends and family. Have a vibrant and safe Holi! 🎉


BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma

12/03/2025
12/03/2025

যোৱা দুদিনত আমাৰ ৰাজ্যৰ ৩৯ খন সাংগঠনিক জিলাৰ জিলা সমিতিৰ বিষয়ববীয়াসকলৰ নিযুক্তি হ'ল। জিলাসমূহৰ পৰা ইতিবাচক সঁহাৰি পাইছোঁ যদিও দুই এখন জিলাত কিছু অভিজ্ঞ আৰু জ্যেষ্ঠ কাৰ্যকৰ্তাক বিষয়ববীয়া হিচাপে অন্তৰ্ভুক্ত কৰিব পৰা নগ'ল। সেয়েহে অনাগত দিনত এনে জ্যেষ্ঠ আৰু অভিজ্ঞতাপুষ্ঠ কাৰ্যকৰ্তাক দলৰ অন্য বিভিন্ন দায়িত্ব ৰাজ্যিক অথবা জিলা সমিতিৰ লগতে মৰ্চা, বিভাগ আৰু কোষসমূহত অৰ্পণ কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।

সেয়েহে ভাৰতীয় জনতা পাৰ্টিয়ে এক পৰিয়ালৰ আত্মিক মানসিকতাৰে সকলো কাৰ্যকৰ্তাৰ বাবে কাম আৰু সকলো কামৰ বাবে কাৰ্যকৰ্তা এই নীতিৰে আমি দলটো আগুৱাই লৈ যোৱাৰ বাবে আপোনালোকৰ সহায় বিচাৰিছোঁ। আমিও এই ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আগবাঢ়িছোঁ। সন্মানীয় জিলা সভাপতি অথবা জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে এই ধৰণৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ তালিকা প্ৰস্তুত কৰিব আৰু তেওঁলোকক কেনেদৰে দলীয় দায়িত্বত নিয়োজিত কৰিব পাৰি সেই বিষয়টো চিন্তা কৰিব। সকলোকে সেৱাই সংগঠনৰ মনোভাৱেৰে কাম কৰি যাবলৈ মই বিনম্ৰতাৰে আহ্বান জনালোঁ।

ভাৰত মাতা কি জয়।

প্রতি লিটাৰ গাখীৰত ৫ টকাকৈ ৰাজসাহায্য প্ৰদান কৰা হ'ব।BJP Assam Pradesh Himanta Biswa Sarma
12/03/2025

প্রতি লিটাৰ গাখীৰত ৫ টকাকৈ ৰাজসাহায্য প্ৰদান কৰা হ'ব।
BJP Assam Pradesh
Himanta Biswa Sarma

11/03/2025

Dilip Saikia

Address

Chirang
Basugaon
783372

Website

Alerts

Be the first to know and let us send you an email when Bhaskar Mandal - BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Bhaskar Mandal - BJP:

Share