17/10/2023
প্ৰথমে বাংলাদেশী
তাৰ পিছত মিয়া বাংলাদেশী
আকৌ আহিল মিয়া মুছলমান
শেষত আহিল পমুৱা মুছলমান।
আৰে মহোদয় সন্মানীয় Himanta Biswa Sarma
কি কব বিচাৰে খোলা খুলিকে কওঁক না !! অসুবিধা কোনখিনিত ??