Er. Nikunja Kumar Das

Er. Nikunja Kumar Das Sri Nikunja K Das is a highly devoted activist of Assam agitation. An uncompromising person, he is a

11/01/2025
13/03/2023
01/01/2021
ভৱানীপুৰৰ ফেৰেংগা খেল পথাৰত বীণাপানি সংঘৰ সৌজন্যত অনুষ্ঠিত দ্বিবাৰ্ষিক ক্ৰিকেট খেলৰ ফাইনেলত উপস্থিত থাকি খেলুৱৈ সকলক উৎস...
29/12/2020

ভৱানীপুৰৰ ফেৰেংগা খেল পথাৰত বীণাপানি সংঘৰ সৌজন্যত অনুষ্ঠিত দ্বিবাৰ্ষিক ক্ৰিকেট খেলৰ ফাইনেলত উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰাৰ উপৰিও বিজয়ী দলটিক বঁটা প্ৰদান কৰোঁ।

আজি হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে সুৱৰিছোঁ।
27/12/2020

আজি হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে সুৱৰিছোঁ।

25/12/2020

24/12/2020

অগপ ৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ অনুসৰি অনুষ্ঠিত হোৱা বিভিন্ন প্ৰাণপৰিষদৰ লগতে ভৱানীপুৰ বিধান পৰিষদৰ অন্তৰ্গত ধেমচাপথাৰ  প...
22/12/2020

অগপ ৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ অনুসৰি অনুষ্ঠিত হোৱা বিভিন্ন প্ৰাণপৰিষদৰ লগতে ভৱানীপুৰ বিধান পৰিষদৰ অন্তৰ্গত ধেমচাপথাৰ প্ৰাণপৰিষদৰ কাৰ্যনিৰ্বাহকৰো সভা অনুষ্ঠিত হয়।মোৰ নিজৰ প্ৰাণ পৰিষদৰ সদস্য হিচাবে যোৱাকালি উক্ত সভাত মই অংশ গ্ৰহণ কৰোঁ।

ভৱানীপুৰ বিধান সভা সমষ্টিৰ পশ্চিম কলৰগুৰী গাৱত যোৱাকালি জলসম্পদ বিভাগে আৰম্ভ কৰিবলৈ ওলোৱা পহুমাৰ নদীৰ মথাউৰি পুনৰ নিৰ্মা...
20/12/2020

ভৱানীপুৰ বিধান সভা সমষ্টিৰ পশ্চিম কলৰগুৰী গাৱত যোৱাকালি জলসম্পদ বিভাগে আৰম্ভ কৰিবলৈ ওলোৱা পহুমাৰ নদীৰ মথাউৰি পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বৰপেটা জিলাৰ উপায়ুক্ত শ্রীমুনিন্দ্ৰ শৰ্মা ডাঙৰীয়াই ।উক্ত অনুষ্ঠানত উপস্থিত থাকি আচঁনিখনৰ ক্ষিপ্ৰতাৰে কেনেদৰে সম্পূৰ্ণ কৰিব পাৰি মই এই সম্পৰ্কত আলোচনা কৰোঁ।

Address

Barpeta
781301

Opening Hours

Monday 9am - 8pm
Tuesday 9am - 8pm
Wednesday 9am - 8pm
Thursday 9am - 8pm
Friday 9am - 8pm
Saturday 9am - 8pm
Sunday 10am - 7pm

Website

Alerts

Be the first to know and let us send you an email when Er. Nikunja Kumar Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Er. Nikunja Kumar Das:

Share