Dhiraj Kumar Haloi

Dhiraj Kumar Haloi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dhiraj Kumar Haloi, Political Party, Baksa, Baksa.

19/10/2025

আজি বিজেপি ২৪ নং  মুছলপুৰ পৰিষদীয় সমষ্টিৰ দ্বিতীয়টো নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰা হয় আঠিয়াবাৰীত।উক্ত কাৰ্যালয়টো উদ্বোধন...
07/09/2025

আজি বিজেপি ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ দ্বিতীয়টো নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰা হয় আঠিয়াবাৰীত।উক্ত কাৰ্যালয়টো উদ্বোধন কৰি বিজেপি বাক্সা জিলা সন্মানীয় সভাপতি দীনেশ বসু ডাঙৰীয়াই এইবাৰ মুছলপুৰৰ ৰাইজে বিটিআৰত পৰিৱৰ্তন,উন্নয়নৰ স্বাৰ্থত ৰিদীপ কুমাৰ ডেকা ডাঙৰীয়াক পদুম ফুলৰ ছবিত ভোট দিবলৈ আহ্বান কৰে।
উক্ত কাৰ্যসূচীত আগভাগ লয় মুছলপুৰ পৰিষদীয় সমষ্টিৰ সন্মানীয় তত্বাবধায়ক মহেশ দেউৰী ডাঙৰীয়া, বাক্সা জিলা উপ- সভাপতি সুৰেশ স্বৰ্গীয়াৰী ডাঙৰীয়া,নৱ মেধি ডাঙৰীয়া,বাক্সা জিলা সাধাৰণ সম্পাদক বুবুল সিং ব্ৰহ্ম ডাঙৰীয়া,যুৱ নেতা উৎপল মদাহি ডাঙৰীয়াই।
BJP Assam Pradesh
Himanta Biswa Sarma
CMO Assam
Sarbananda Sonowal
Bhabesh kalita ভৱেশ কলিতা
Dilip Saikia
BJP Baksa District
Ravindra Raju
Biswajit Daimary
Ranjeet Kumar Dass
Jayanta Mallabaruah
Pijush Hazarika
Mahesh Deuri
Rekha Rani Das Boro
Ridip Kumar Deka
Ridip Kumar Deka
Highlightsss

সকলো জাতি, ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে এইবাৰ মুছলপুৰত ৰিদিপ কুমাৰ ডেকা ক জয়যুক্ত কৰিবলৈ আগবাঢ়ি আহিব লাগে। বিশেষকৈ মুছলপুৰ...
01/09/2025

সকলো জাতি, ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে এইবাৰ মুছলপুৰত ৰিদিপ কুমাৰ ডেকা ক জয়যুক্ত কৰিবলৈ আগবাঢ়ি আহিব লাগে। বিশেষকৈ মুছলপুৰ‌ যুৱ প্ৰজন্ম ই এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব লাগে। বিভিন্ন সমস্যাৰ জৰ্জৰিত মুছলপুৰ মণ্ডলৰ অন্তৰ্গত অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ বাবে ৰিদিপ দাৰ জয় হোৱাটো অত্যন্ত প্ৰয়োজনীয়।

ৰিদিপ কুমাৰ ডেকা ক আমি কিয় ভোট দিম ?

১/ এজন উচ্চশিক্ষিত আৰু মেধাৱী যুৱক।
২/ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত অভিজ্ঞতাপুষ্ট ব্যত্তি ।
3/ দূৰদৰ্শী চিন্তাধাৰাৰ

( বিজেপি জিন্দাবাদ )
(ভাৰতৰ মাতা কি জয়)

🙏 ধন্যবাদ 🙏

 ….Gautam Da.Manash Da.Ramen Da.Chakradhar Da.Bijit Da.সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ 💐💐💐
31/08/2025

….
Gautam Da.
Manash Da.
Ramen Da.
Chakradhar Da.
Bijit Da.

সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ 💐💐💐

পৱিত্ৰ শাওণ মাহৰ আজি শেষৰটি সোমবাৰ৷ আজিৰ এই শুভ দিনটিত সদৌটিলৈ হিয়াভৰা ওলগ যাচিলোঁ৷ দেৱাদিদেৱ মহাদেৱে সকলোৰে জীৱন সুখ-সম...
11/08/2025

পৱিত্ৰ শাওণ মাহৰ আজি শেষৰটি সোমবাৰ৷ আজিৰ এই শুভ দিনটিত সদৌটিলৈ হিয়াভৰা ওলগ যাচিলোঁ৷ দেৱাদিদেৱ মহাদেৱে সকলোৰে জীৱন সুখ-সমৃদ্ধি আৰু কল্যাণৰ কৰক, সেয়াই প্ৰাৰ্থনা জনালোঁ৷

হৰ হৰ মহাদেৱ 🙏

অহা কালি(৪ আগষ্ট )মুছলপুৰ সমষ্টিৰ 3000 হাজাৰ কার্য্যকর্তা লৈ অসমৰ জনপ্রিয় মুখ্যমন্ত্রীয়ে দলৰ কার্য্য প্রণালীৰ বিষয়ে আৰু ...
03/08/2025

অহা কালি(৪ আগষ্ট )মুছলপুৰ সমষ্টিৰ 3000 হাজাৰ কার্য্যকর্তা লৈ অসমৰ জনপ্রিয় মুখ্যমন্ত্রীয়ে দলৰ কার্য্য প্রণালীৰ বিষয়ে আৰু বিটিআৰ নির্বাচন সম্পর্কে কিছু মত প্রকাশ কৰিব |
মাননীয় মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মা দেৱক আমাৰ মুছলপুৰ মণ্ডলৰ অন্তর্গত অদালবাৰী ৰাজহুৱা খেল পথাৰত অনুস্হিত হ'ব লগা কার্য্যসুচিক তেখেতক স্বাগতম জনালোঁ |

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল ভট্টাচাৰ্য ডাঙৰীয়াৰ আৰাধ্যা মাতৃ বীণা ভট্টাচার্য ডাঙৰীয়ানীৰ পৰলোকপ্ৰাপ্ত...
24/06/2025

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল ভট্টাচাৰ্য ডাঙৰীয়াৰ আৰাধ্যা মাতৃ বীণা ভট্টাচার্য ডাঙৰীয়ানীৰ পৰলোকপ্ৰাপ্তিত অত্যন্ত মর্মাহত হৈছোঁ। তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

दावगालु आसाम - जौगासारनाय बि.टि.आर.আজি বাক্সা জিলাৰ মুছলপুৰত ' #মিছন_বিটিআৰ'ৰ সংগতি ৰাখি BTR অঞ্চলৰ জিলাসমূহৰ প্ৰমুখ কাৰ...
24/06/2025

दावगालु आसाम - जौगासारनाय बि.टि.आर.

আজি বাক্সা জিলাৰ মুছলপুৰত ' #মিছন_বিটিআৰ'ৰ সংগতি ৰাখি BTR অঞ্চলৰ জিলাসমূহৰ প্ৰমুখ কাৰ্যকৰ্তাসকলৰ এখন সাংগঠনিক সভাত সম্বোধন কৰে মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত #দিলীপ_শইকীয়া_ডাঙৰীয়াই।

এই সভাত ৰাষ্ট্ৰীয় সম্পাদক শ্ৰীযুত #কামাখ্যা_প্ৰাসাদ_তাছা ডাঙৰীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত #জি_আৰ_ৰবীন্দ্ৰ_ৰাজু ডাঙৰীয়া, মাননীয় তত্বাৱধায়ক মন্ত্ৰীবৰ্গ ক্ৰমে শ্ৰীযুত #ৰণজিৎ_কুমাৰ_দাস ডাঙৰীয়া, শ্ৰীযুত #অশোক_সিংহাল ডাঙৰীয়া, শ্ৰীযুত #জয়ন্ত_মল্লবৰুৱা_ডাঙৰীয়া, শ্ৰীযুত #পীযুজ_হাজৰীকা ডাঙৰীয়া, শ্ৰীযুত #কৌশিক_ৰায় ডাঙৰীয়া, জিলা সভাপতিসকল তথা সন্মানীয় ৰাজ্যিক বিষয়ববীয়াসকল উপস্থিত থাকে।
Himanta Biswa Sarma
Dilip Saikia
Ranjeet Kumar Dass
Jayanta Mallabaruah
BJP Assam Pradesh
Dr. Mriganka Talukdar
Rekha Rani Das Boro
Dinesh Basu
BJP Baksa District

দেশৰ মহামহিম ৰাষ্ট্ৰপতি শ্ৰীযুতা দ্ৰৌপদী মুৰ্মূ ডাঙৰীয়ানীক আজি ওপজা দিনৰ শ্ৰদ্ধাভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ । মাননীয়া ৰাষ...
20/06/2025

দেশৰ মহামহিম ৰাষ্ট্ৰপতি শ্ৰীযুতা দ্ৰৌপদী মুৰ্মূ ডাঙৰীয়ানীক আজি ওপজা দিনৰ শ্ৰদ্ধাভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
মাননীয়া ৰাষ্ট্ৰপতি মহোদয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ শ্ৰী চৰণত সেৱা জনাইছোঁ ।

President of India

Address

Baksa
Baksa
781377

Telephone

+919707377956

Website

Alerts

Be the first to know and let us send you an email when Dhiraj Kumar Haloi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share