পাচনৈ চেৰফাং BPF

পাচনৈ চেৰফাং BPF Official Page of Bodoland People's Front Pasnwi Serfang

14/01/2026
পাঁচনৈ চেৰফাং সমষ্টিৰ ইউপিপিএল দলৰ নেতা ,পালি নেতা সকলক আমি সুধিব বিচাৰোঁ আপোনাৰ দলৰ মাজত যিয়েই বিতৰ্ক নহওঁক কিয় কিন্তু ...
20/09/2025

পাঁচনৈ চেৰফাং সমষ্টিৰ ইউপিপিএল দলৰ নেতা ,পালি নেতা সকলক আমি সুধিব বিচাৰোঁ আপোনাৰ দলৰ মাজত যিয়েই বিতৰ্ক নহওঁক কিয় কিন্তু হিয়াৰ আমঠু তথা অসম গৌৰৱ জুবিন গাৰ্গ দেৱক ৰাজহুৱা স্থানত অপমান কৰাৰ অধিকাৰ কত পালে ।

20/09/2025

মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই পাঁচনৈ-চেৰফাং সমষ্টিৰ বৰ্তমানৰ পাৰিষদ দীপক মৌৰ ডাঙৰীয়াৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ কৰে। কিন্তু উক্ত প্ৰচাৰ কাৰ্যসূচী চলি থকা সময়তে স্থানীয় ৰাইজৰ মাজত ভিন্ন দৃশ্য দেখা যায়। ৰাইজে স্পষ্টভাৱে কয় যে বৰ্তমানৰ পাৰিষদৰ কাৰ্যকালত কোনো প্ৰকাৰৰ জনস্বার্থৰ কাম-কাজৰ উন্নতি নহোৱাকৈ, বহু গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধান নহল। কোনো যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত ৰাইজ পৰিছে।
ফলস্বৰূপে, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত দীপক মৌৰ ডাঙৰীয়াৰ সমৰ্থনত হোৱা প্ৰচাৰত ৰাইজে নিজৰ ক্ষোভ উজাৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বৰ্তমানৰ পাৰিষদে জনতাৰ বিশ্বাস ভংগ কৰিছে আৰু পুনৰ সুযোগ দিয়াটো জনসাধাৰণৰ বাবে অপকাৰী হ’ব। উন্নয়নৰ গুণ গাই ভোট লোৱা চৰকাৰখনে যোৱা পাঁচটা বছৰত পাঁচনৈ চেৰফাং সমষ্টিত কোনো ধৰণৰ উন্নয়নমূলক পদক্ষেপ গ্ৰহন কৰা দেখিবলৈ পোৱা নগল।

13/09/2025

Address

Mazbat, Udalguri
Assam
784507

Website

Alerts

Be the first to know and let us send you an email when পাচনৈ চেৰফাং BPF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share