CYSS Darrang College Unit

CYSS Darrang College Unit Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from CYSS Darrang College Unit, Public Service, Tezpur, Assam.

24/08/2023

আজিৰ সন্ধিয়াৰ বিশেষ ভাল লগা কিছু সময়।

আজিৰ সন্ধিয়াৰ বিশেষ ভাল লগা কিছু সময়।
24/08/2023

আজিৰ সন্ধিয়াৰ বিশেষ ভাল লগা কিছু সময়।

আজি ২০/০৪/২৩ তাৰিখত এক নতুন যাত্ৰা এক নতুন পদক্ষেপ গ্ৰহণ কৰা হল আমাৰ দৰং মহাবিদ্যালয়ৰ পৰিৱেশ আৰু দৰং মহাবিদ্যালয়ক পৰিষ...
20/08/2023

আজি ২০/০৪/২৩ তাৰিখত এক নতুন যাত্ৰা এক নতুন পদক্ষেপ গ্ৰহণ কৰা হল আমাৰ দৰং মহাবিদ্যালয়ৰ পৰিৱেশ আৰু দৰং মহাবিদ্যালয়ক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তুলিবলৈ, আমাৰ মাজৰে এজন ছাত্ৰ চিন্ময় হালৈক ধন্যবাদ এই ধাৰণা আমাৰ মাজলৈ লৈ অনুৱাৰ বাবে আৰু সকলোকে এক গোট কৰি নিজৰ দৰংৰ বাবে স্বাৰ্থহীন ভাৱে এই নতুন পদক্ষেপ লয় হাতে কামে সকলোৱে লাগি যোৱাৰ বাবে দৰং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ অতি কৃতজ্ঞ। এই পদক্ষেপ সমৰ্থন কৰে CYSS দৰং মহাবিদ্যালয়ৰ গোট আৰু লগতে এই কাম সম্পূৰ্ণ কৰি অহাৰ বাবে দৰং মহাবিদ্যালয়ৰ DCBH, DCGH আৰু NSS গোটক ধন্যবাদ।

দৰং মহাবিদ্যালয় মাথোঁ এখন মহাবিদ্যালয় নহয় দৰং এক আবেগ, দৰং এক শিক্ষা মন্দিৰ, দৰং এক ঘৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে আৰু দৰংক পৰিষ্কাৰ কৰি ৰখা আমাৰ দায়িত্ব ।।

19/08/2023
আজি ১৯/০৮/২৩ তাৰিখে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে ছাত্ৰ- ছাত্ৰীৰ  ব্যক্তিগত বিকাশ আৰু ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ বিকাশৰ বিভিন...
19/08/2023

আজি ১৯/০৮/২৩ তাৰিখে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে ছাত্ৰ- ছাত্ৰীৰ ব্যক্তিগত বিকাশ আৰু ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ বিকাশৰ বিভিন্ন দিশৰ পৰ্যালোচনাৰ ওপৰত এখনি ছাত্ৰ সমাৰোহ আয়োজন কৰা হয়, য'ত ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ ৰাজ্যিক সমিতি উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ নানা গুৰুত্বপূৰ্ণ দিশসমূহৰ কথা অৱগত কৰে।
উক্ত সভাৰ অন্তত আজি সমূহ ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ সদস্য তথা দৰং মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ সহিতে নৱপ্ৰভাত শিশু গৃহত উপস্থিত হৈ অনাথ শিশুসকলৰ মুখত মাথোঁ এটি হাঁহি বিৰিঙাবলৈয়ে কিছু খাদ্য বিতৰণ কৰা হয়। একো পাবলৈ নহয়, কিন্তু কিছু দিয়াৰ অৰ্থে.....
খাদ্য কেৱল জীৱিকা নহয়, ই প্ৰেম আৰু যত্নৰ প্ৰতীক।।

আহক সকলোৱে CYSS'ত যোগদান কৰি আগুৱাই যাওঁ।।

CYSS' ৰ লক্ষ্য সদায় ছাত্ৰ ছাত্ৰীৰ আৰু সমাজৰ বাবে সৎ - চিন্তা, সৎ - কৰ্ম কৰি যোৱাত, CYSS এ সকলো ব্যক্তি আৰু সকলো ছাত্ৰ ছ...
17/08/2023

CYSS' ৰ লক্ষ্য সদায় ছাত্ৰ ছাত্ৰীৰ আৰু সমাজৰ বাবে সৎ - চিন্তা, সৎ - কৰ্ম কৰি যোৱাত, CYSS এ সকলো ব্যক্তি আৰু সকলো ছাত্ৰ ছাত্ৰীক বহু বহু ধন্যবাদ জনাই যোনে যোৱা ২০ জুন ২০২৩ত হোৱা আমৰ ৰক্ত দান কাৰ্যসূচীত নিজৰ ৰক্ত দান কৰিছিল সকলোৰে সেই সহায় আৰু বলিদান আজি সফল হল কাৰণ আজি সেই সহায় আৰু বলিদানৰ বাবে আমাৰ দৰংৰ ছাত্ৰী গৰাকীৰ সহায় হল। পুনৰ বাৰৰ বাবে সকলো লৈ অশেষ ধন্যবাদ।

The sacrifices, the determined mindsets, the forever hunger for our freedom. CYSS Darrang College Unit dedicates this in...
14/08/2023

The sacrifices, the determined mindsets, the forever hunger for our freedom. CYSS Darrang College Unit dedicates this independence day to the Heroes who made today possible and the unsung Heroes of our Nation.


URGENT: Hunali Teronpi, a Darrang College student, had a severe accident this morning between TATA MOBILE TRUCK and TEMP...
06/08/2023

URGENT: Hunali Teronpi, a Darrang College student, had a severe accident this morning between TATA MOBILE TRUCK and TEMPO, and is in critical condition at GATE SUKHADA HOSPITAL. We appeal for your generous support to help with medical expenses. Your donation can save a life. Please contribute what you can.Thank you

ছাত্ৰ যুৱ সংগ্ৰাম সমিতি সাজু নৱাগত ছাত্ৰ ছাত্ৰীসকলক আদৰিবলৈ লগতে আমি প্ৰতিশ্ৰুতি বদ্ধ  সপোন পূৰণৰ বাবে তোমালোকৰ প্ৰয়োজন...
02/08/2023

ছাত্ৰ যুৱ সংগ্ৰাম সমিতি সাজু নৱাগত ছাত্ৰ ছাত্ৰীসকলক আদৰিবলৈ লগতে আমি প্ৰতিশ্ৰুতি বদ্ধ সপোন পূৰণৰ বাবে তোমালোকৰ প্ৰয়োজনীয় উত্তম শিক্ষাসেৱা আগবঢ়াবলৈ। আমি নিশ্চিত তোমালোকৰ আমাৰ সৈতে শৈক্ষিক যাত্ৰাত নামি পৰাৰ সময়ত তোমালোকৰ সমৰ্থন আৰু উৎসাহত আমাৰ হাত চিৰদিন থাকিব। কাৰণ আমাৰ মূল লক্ষ্য হল "সংগ্ৰাম কৰা পঢ়িবলৈ, পঢ়া দেশ গঢ়িবলৈ স্বৰাজ আমাৰ লক্ষ্য, ছাত্ৰ আমাৰ শক্তি"

যোৱা নিশা মই (Himanta Biswa Sarma) আৰু মোৰ বন্ধু Jintu Barman, Chinmoy Haloi আৰু Himangshu Nath, আমি যোৱা নিশা আমাৰ এজন ...
15/07/2023

যোৱা নিশা মই (Himanta Biswa Sarma) আৰু মোৰ বন্ধু Jintu Barman, Chinmoy Haloi আৰু Himangshu Nath, আমি যোৱা নিশা আমাৰ এজন সহপাঠীৰ জন্মদিন উদযাপন কৰি আমি তেজপুৰ ভৰ্তক বাটেৰে ঘৰলৈ উভতি আহি থকাত ভৰ্তকত বাছ আস্থানত আশ্ৰয় লৈ থকা এজন অকলশৰীয়া বৃদ্ধ মানুহ এজনক দেখা পালো, তেওঁৰ অতি দূৰ্ভগীয়া অসহায় পৰিস্থিতি দেখি আমি আগুৱাই গৈ তেঁওক মাত দিলোঁ, তেঁওৰ লগত কথা-বতৰা পাতি বুজিব পৰিলোঁ যে তেওঁ নিজৰ সন্তানৰ বাবে এটি আৱৰ্জনা হৈ পৰিছিল আৰু তেওঁ নিজৰ সন্তানৰ তেনে আচৰণ সহিব নোৱাৰি নিজৰ বাচি থকা দিন কেইতা অকলৰীয়াকৈ থকাৰ পদক্ষেপ লৈছিল সেইবাবেই আজি মই (Himanta Biswa Sarma) CYSS'ৰ সদস্য হিচাপে, CYSS দৰং মহাবিদ্যালয়ৰ সমিতিৰ লগত তেঁওৰ ভাল কামনা কৰি তেওঁক কচাৰিগাওঁ থানাত লৈ গৈ তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই তেঁওৰ বাবে নগাওঁ জিলাৰ বৃদ্ধস্ৰমত আশ্ৰয়ৰ ব্যৱস্থা কৰি তুলিলো, আৰু CYSS দৰং মহাবিদ্যালয়ৰ সমিতিৰ সহায়ৰ বাবে যোৱা নিশাই তেঁওক বৃদ্ধস্ৰমলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিলে আৰু ইতিমধ্যে তেখেতসকলে
তেওঁক থৈ উভতি আহিলে, আপোনালোক সকলোকে অনুৰোধ তেওঁৰ সুস্থ শৰীৰ আৰু তেওঁৰ ভালৰ বাবে আশীৰ্বাদ কৰে যেন। আমাক সহায় কৰাৰ বাবে "ভৱিষ্যত অসমৰ" অংশুমান বৰুৱাক ধৈনবাদ জনালো।

Address

Tezpur
Assam
784001

Website

Alerts

Be the first to know and let us send you an email when CYSS Darrang College Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category