BJYM ৰাজধানী মণ্ডল

  • Home
  • BJYM ৰাজধানী মণ্ডল

BJYM ৰাজধানী মণ্ডল Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJYM ৰাজধানী মণ্ডল, Political organisation, Guwahati, Assam, .

BJP Guwahati City District  ৰ সভাপতি পদত পুনৰবাৰ নিযুক্তি লাভ কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত Tapan Tapan Ch Das  ডাঙৰী...
03/01/2025

BJP Guwahati City District ৰ সভাপতি পদত পুনৰবাৰ নিযুক্তি লাভ কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত Tapan Tapan Ch Das ডাঙৰীয়ালৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। মা কামাখ্যাই সদায় আপোনাক সুস্থ ৰাখক।
Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
Ravindra Raju
Diplu Ranjan Sarma
Tapan Das
Anup Jyoti Mahanta
T Baba Manoj Barman

 #বীৰ বাল দিৱসৰ এই বিশেষ দিনটোত মোগল সম্ৰাজ্যৰ ধৰ্মীয় অসহিষ্ণুতাৰ আগত প্ৰাণ আহুতি দিয়া শ্ৰী গুৰু গোবিন্দ সিং জীৰ সাহসী...
26/12/2024

#বীৰ বাল দিৱসৰ এই বিশেষ দিনটোত মোগল সম্ৰাজ্যৰ ধৰ্মীয় অসহিষ্ণুতাৰ আগত প্ৰাণ আহুতি দিয়া শ্ৰী গুৰু গোবিন্দ সিং জীৰ সাহসী পুত্ৰদ্বয় বাবা জোৰাৱাৰ সিং আৰু বাবা ফতেহ সিঙলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ অদম্য সাহস আৰু মহৎ বলিদানৰ কাহিনী ভাৰতবৰ্ষৰ ইতিহাসত চিৰ যুগমীয়া হৈ থাকিব। সেই উদ্দেশ্যে আজি বীৰ বাল দিৱস উপলক্ষে ৰাজধানী মন্ডলৰ অন্তৰ্গত শংকৰদেৱ শিশু/বিদ্যা নিকেতনত পালন কৰা হয়। এই অনুষ্ঠানটোত ৰাজধানী মন্ডল যুৱ মৰ্চাৰ সভাপতি অনুপজ্যোতি মহন্ত ডাঙৰীয়াই আগ ধৰে , মুখ্য বক্তৃতা হিচাপে থাকে ৪৬ নং ৱাৰ্ডৰ পাৰিষদ আশিষ ভৰালী ডাঙৰীয়া লগতে এই অনুষ্ঠানটোত উপস্থিত থাকে নিকেতনৰ প্ৰধান আৰ্চায্য পৰমেশ্বৰ বৰপূজাৰী ডাঙৰীয়া, নিকেতনৰ পৰিচালনা সমিতিৰ সভানেত্ৰী মহোদয়াৰ সহিতে বিষয়ববীয়া সকল, নিকেতনৰ আচাৰ্য্য আচাৰ্য্যা সকল , ৰাজধানী মন্ডল যুৱ মৰ্চাৰ সতীৰ্থ বন্ধু অবিনাশ আগৰৱাল আৰু মৰমৰ কণ কণ ভাইটি ভন্টি সকল।

Narendra Modi
Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
Sidhanku Ankur Barua
Anup Jyoti Mahanta
Diplu Ranjan Sarma
Tapan Ch Das
BJYM Guwahati City District
BJYM Assam
Niharendra Sarma
BJYM ৰাজধানী মণ্ডল
Manas Pratim Das

২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযান ২০২৪ৰ অংশীদাৰ হওঁ আহক৷
30/08/2024

২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযান ২০২৪ৰ অংশীদাৰ হওঁ আহক৷

 #সেৱাই_পৰম_ধৰ্ম🌺🌺🌺🌺 #আজি হৈ যোৱা ৰাজধানী মন্ডল যুৱ মৰ্চাৰ উদ্যোগত আৰু আৰ্হি হস্পিটেলৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবি...
11/08/2024

#সেৱাই_পৰম_ধৰ্ম🌺🌺🌺🌺

#আজি হৈ যোৱা ৰাজধানী মন্ডল যুৱ মৰ্চাৰ উদ্যোগত আৰু আৰ্হি হস্পিটেলৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ কিছু মূহুৰ্ত। এই স্বাস্থ্য শিবিৰত উপস্থিত থাকে বহু কেইজন বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতিত প্ৰায় ১২০ গৰাকী মান ৰোগীক ডাঃ ৰনীন কুমাৰ নাথ, ডাঃ চিমৰণজীত সিং, ডাঃ যদু নাথ বুঢ়াগোহাঁই, ডাঃ গগন প্ৰীত কৌৰ, ডাঃ নাৱাজ শ্বৰীফ লস্কৰ, ডাঃ ভাৰ্জিনিয়া, ডাঃ নয়ন মনি ৰাভাই স্বাস্থ্য পৰীক্ষা কৰে। ৰাজধানী মন্ডলৰ সভাপতি ভাস্কৰ ডেকা ডাঙৰীয়া, ৰাজ্যিক যুৱ মৰ্চাৰ সহ:কোষাধক্ষ্য নিতুল ঠাকুৰীয়া ডাঙৰীয়া, ৰাজধানী মন্ডল যুৱ মৰ্চাৰ প্ৰভাৰী দেবাশীস বৰা ডাঙৰীয়া,ৰাজধানী মন্ডল যুৱ মৰ্চা বিষয়ববীয়া সকল আৰু ৰাইজ। ইয়াৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচীও ৰখা হয়।
Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
Ravindra Raju
Diplu Ranjan Sarma
Diplu Ranjan Sarma
Pabitra Margherita
Sarbananda Sonowal
Pabitra Margherita
Gautam Sharma
Rakesh Das
Bijuli Kalita Medhi
Niharendra Sarma
Pallab Lochan Das
Sidhanku Ankur Barua
Tapan Ch Das
BJYM Guwahati City District
BJYM Assam
BJP Assam Pradesh
BJP Guwahati City District
Banashri Hazarika
Mriganka Deo Barman
Anup Barman

 #আজি ভাৰতীয় জনতা পাৰ্টি, BJYM Guwahati City District ৰ মাননীয় সভাপতি নিহাৰেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ অনুমোদন মৰ্মে ভাৰতীয় জন...
18/02/2024

#আজি ভাৰতীয় জনতা পাৰ্টি, BJYM Guwahati City District ৰ মাননীয় সভাপতি নিহাৰেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ অনুমোদন মৰ্মে ভাৰতীয় জনতা যুৱ মৰ্চা, ৰাজধানী মণ্ডলৰ ( *মূল সমিতিৰ বিষয়ববীয়া)* অফিচ বিষয়ববীয়া, বৰ্ধিত বিষয়ববীয়া, ( *কাৰ্যনিৰ্বাহক*সদস্য)* আব্যায়ক সদস্য, আমন্ত্ৰিত সদস্য, ( *বিশেষ আমন্ত্ৰিত* *সদস্য)* ইচপিছিয়েল আমন্ত্ৰিত সদস্যতালিকাখন কিছু সালসলনি কৰে।
দায়িত্ব প্ৰাপ্ত প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ।
Bhabesh kalita ভৱেশ কলিতা
Diplu Ranjan Sarma
Sidhanku Ankur Barua
Gautam Sharma
Tapan Das
Manas Pratim Das
Niharendra Sarma
BJYM Assam
BJYM ৰাজধানী মণ্ডল
BJYM Guwahati City District

 #সম্পৰ্কৰ জৰিয়তে শক্তিশালী হয় সংগঠন। মানুহৰ সৈতে এক আত্মীয় সম্পৰ্ক স্থাপনৰ বাবে আমাৰ দলত প্ৰবাসৰ এক ৰীতি আছে। ভাৰতীয...
11/02/2024

#সম্পৰ্কৰ জৰিয়তে শক্তিশালী হয় সংগঠন। মানুহৰ সৈতে এক আত্মীয় সম্পৰ্ক স্থাপনৰ বাবে আমাৰ দলত প্ৰবাসৰ এক ৰীতি আছে। ভাৰতীয় জনতা পাৰ্টিৰ গাঁও চল' অভিযানৰ অংশস্বৰূপে গুৱাহাটী মহানগৰ জিলা অন্তৰ্গত ৰাজধানী মন্ডল যুৱ মৰ্চাৰ কাৰ্যকতাসকলে বিভিন্ন বথুত গৈ সাংগঠনিক দিশসমূহ তদাৰক কৰি বুথৰ সভাপতি তথা বুথৰ কায্যকৰ্তা সকলৰ লগত মত বিনিময় কৰি বুজ লৈ সভাপতিসকলৰ বাসগৃহত প্ৰবাস কৰে। কায্যকৰ্তাসকলে হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ আঁচনি সমুহ সঠিক ভাবে পাইছেনে নাই তেওঁলোকৰ লগত মত বিনিময় কৰে। ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ পোনপটীয়াকৈ আঁচনি সমুহ হিতাধীকাৰী সকলে লাভ কৰাৰ ফলত সন্তোষ লাভ কৰা বুলি হিতাধীকাৰীসকলে মত পোষণ কৰে।
Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
Diplu Ranjan Sarma
Tapan Ch Das
Sidhanku Ankur Barua
Niharendra Sarma
Manas Pratim Das
BJYM Assam
BJYM Guwahati City District
BJYM ৰাজধানী মণ্ডল

সাংগঠনিক বৈঠক......🌺🌺🌺🌺 #আজি অসম ৰাজ্যিক বিজেপিৰ কাৰ্যকালত ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা ডাঙৰীয...
08/01/2024

সাংগঠনিক বৈঠক......🌺🌺🌺🌺

#আজি অসম ৰাজ্যিক বিজেপিৰ কাৰ্যকালত ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা ডাঙৰীয়াৰ আব্বাহন মৰ্মে আগন্তুক ১০ জানুৱাৰী দিনাখন ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডা জী গুৱাহাটীত উপস্থিত হোৱা হেতুকে যুৱ মৰ্চাৰ কৰিবলগীয়া কাৰ্য্যৰ প্ৰস্তুতি বৈঠকত সমবেত হওঁ। বৈঠকত উপস্থিত থাকে ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ বিষয়ববীয়া সকল, গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া লগতে গুৱাহাটী জিলা যুৱ মৰ্চাৰ বিষয়ববীয়া সকল আৰু গুৱাহাটী মহানগৰ জিলা অন্তৰ্গত মন্ডলৰ সভাপতি তথা বিষয়ববীয়া সকল।
Bhabesh kalita ভৱেশ কলিতা
Himanta Biswa Sarma
Diplu Ranjan Sarma
Sidhanku Ankur Barua
Tapan Ch Das
Niharendra Sarma
Phanindranath Sharma
BJYM Guwahati City District
BJYM ৰাজধানী মণ্ডল
BJYM Assam
Gautam Sharma

সাংগঠনিক বৈঠক.....🌺🌺🌺🌺 #ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে.পি নাড্ডা ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া ভাৰত...
07/01/2024

সাংগঠনিক বৈঠক.....🌺🌺🌺🌺

#ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে.পি নাড্ডা ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাৰ পূৰ্বে আজি গুৱাহাটী জিলা যুৱ মৰ্চা আৰু গুৱাহাটী মহানগৰ জিলা অন্তৰ্গত মন্ডলৰ সভাপতি তথা কাৰ্য্যকৰ্তাসকলৰ সৈতে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ মাননীয় সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা ডাঙৰীয়াই এক বিশেষ প্ৰস্তুতিমূলক বৈঠকত অংশগ্ৰহণ কৰে।
এই সভাত উপস্থিত থাকে গুৱাহাটী মহানগৰ জিলা সাধাৰণ সম্পাদক মানসপ্ৰতীম দাস ডাঙৰীয়া,যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তাপস কলিতা ডাঙৰীয়া, ৰাজ্যিক যুৱ মৰ্চাৰ সম্পাদক গণেশ দাস ডাঙৰীয়া, ৰাজ্যিক যুৱ মৰ্চাৰ সাংস্কৃতিক আব্বাহক জ্যোতিষমান কাশ্যপ ডাঙৰীয়া,জিলা যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া, জিলা যুৱ মৰ্চাৰ বিষয়ববীয়া সকল লগতে গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত মন্ডলৰ সভাপতি তথা দলীয় কাৰ্য্যকৰ্তাসকল।
Bhabesh kalita ভৱেশ কলিতা
Himanta Biswa Sarma
Tapan Ch Das
Diplu Ranjan Sarma
Niharendra Sarma
Sidhanku Ankur Barua
Manas Pratim Das
BJYM Guwahati City District
BJYM Assam
BJYM ৰাজধানী মণ্ডল
Gautam Sharma

সাংগঠনিক বৈঠক-অসম ৰাজ্যিক বিজেপি কাৰ্যালয়ত ৰাজধানী মন্ডলৰ অন্তৰ্গত ৰাজধানী মন্ডলৰ সভাপতি সৈতে বিষয়ববীয়া সকল, পাৰিষদ সক...
07/01/2024

সাংগঠনিক বৈঠক-

অসম ৰাজ্যিক বিজেপি কাৰ্যালয়ত ৰাজধানী মন্ডলৰ অন্তৰ্গত ৰাজধানী মন্ডলৰ সভাপতি সৈতে বিষয়ববীয়া সকল, পাৰিষদ সকল, মৰ্চাৰ সভাপতি/সম্পাদক সকল, শক্তি কেন্দ্ৰৰ আব্বাহক সকল আৰু বুথৰ সভাপতি সকলৰ লগত অসম ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু জীৰ উপস্থিতিত সাংগঠনিক বৈঠকখন অনুষ্ঠিত হয়।
Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
Diplu Ranjan Sarma
Tapan Ch Das
Sidhanku Ankur Barua
Niharendra Sarma
Phanindranath Sharma
BJYM Guwahati City District
BJYM ৰাজধানী মণ্ডল
BJYM Assam
Gautam Sharma

 #আজি ০৪-০১-২০২৪ তাৰিখে ভাৰতীয় জনতা যুৱ মৰ্চাৰ গুৱাহাটী মহানগৰ জিলা মাননীয় সভাপতি নীহাৰেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশমৰ্...
04/01/2024

#আজি ০৪-০১-২০২৪ তাৰিখে ভাৰতীয় জনতা যুৱ মৰ্চাৰ গুৱাহাটী মহানগৰ জিলা মাননীয় সভাপতি নীহাৰেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে দিনৰ ১ বজাত হেঙেৰাবাৰীস্থিত জিলা কাৰ্য্যলয়ত এখন বিশেষ সভাৰ আহ্বান কৰা হয়৷ উক্ত সভাত ভাৰতীয় জনতা পাৰ্টী গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া, জিলা যুৱ মৰ্চাৰ বিষয়ববীয়া লগতে মণ্ডল সভাপতি সকল উপষ্ঠিত থাকে। বৈঠকত বহুতো গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আৰু আগন্তুক দিনবোৰত হ'বলগীয়া কাৰ্যসূচীৰ কথা আলোচনা কৰে।
Himanta Biswa Sarma
Phanindranath Sharma
Bhabesh kalita ভৱেশ কলিতা
Diplu Ranjan Sarma
Niharendra Sarma
Gautam Sharma
Tapan Ch Das
Tapan Das
Sidhanku Ankur Barua
BJYM ৰাজধানী মণ্ডল
BJYM Assam
BJYM Guwahati City District
Pallab Lochan Das

 #আজি ০৩-০৯-২০২৩ তাৰিখে অসম ৰাজ্যিক বিজেপিৰ কাৰ্যকালত ৰাজধানী মন্ডল যুৱ মৰ্চাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত বহুতো গুৰু...
03/09/2023

#আজি ০৩-০৯-২০২৩ তাৰিখে অসম ৰাজ্যিক বিজেপিৰ কাৰ্যকালত ৰাজধানী মন্ডল যুৱ মৰ্চাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত বহুতো গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আলোচনা কৰা হয় লগতে নতুনকৈ অন্তৰ্ভুক্ত হোৱা কমিটিখনৰ দায়িত্ব প্ৰাপ্ত কায্যকৰ্তা সকলক নিজৰ দায়িত্বৰ কথা অৱগত কৰে। আগন্তুক ৯ আৰু ১০ ছেপ্তেম্বৰত হৱ লগা ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত ৰাজধানী মন্ডল যুৱ মৰ্চাৰ কিছু দায়িত্বৰ কথা অৱগত কৰায় । বৈঠকত উপস্থিত থাকে ৰাজধানী মন্ডল যুৱ মৰ্চাৰ সভাপতি অনুপজ্যোতি মহন্ত ডাঙৰীয়া,অসম ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি আঙ্গুৰলতা ডেকা বাইদেউ আৰু অসম ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ কাৰ্যালয় প্ৰমুখ ড্ৰিতিমলা ডেকা বাইদেউ, গুৱাহাটী মহানগৰ জিলাৰ যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া, গুৱাহাটী মহানগৰ জিলাৰ যুৱ মৰ্চা তৰফৰপৰা পৰা দিয়া ৰাজধানী মন্ডলৰ প্ৰভাৰী দেবাশীস বৰা ডাঙৰীয়া, ৰাজধানী মন্ডল যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি তথা ৰাজধানী মন্ডলৰ কাৰ্যালয় প্ৰমুখ লংকেশ্বৰ কলিতা ডাঙৰীয়াৰ লগতে ৰাজধানী মন্ডল যুৱ মৰ্চাৰ বিষয়ববীয়া সকল।
Bhabesh kalita ভৱেশ কলিতা
Sidhanku Ankur Barua
Niharendra Sarma
Diplu Ranjan Sarma
BJYM Guwahati City District
BJYM ৰাজধানী মণ্ডল
BJYM Assam
Gautam Sharma
Tapan Das
Manas Pratim Das

 #আজি ২৮/০৮/২৩ তাৰিখে ভাৰতীয় জনতা যুৱ মৰ্চাৰ গুৱাহাটী মহানগৰ জিলা মাননীয় সভাপতি নীহাৰেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে...
28/08/2023

#আজি ২৮/০৮/২৩ তাৰিখে ভাৰতীয় জনতা যুৱ মৰ্চাৰ গুৱাহাটী মহানগৰ জিলা মাননীয় সভাপতি নীহাৰেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে দিনৰ ১২:৩০ বজাত হেঙেৰাবাৰীস্থিত জিলা কাৰ্য্যলয়ত এখন বিশেষ সভাৰ আহ্বান কৰা হয়৷ উক্ত সভাত ভাৰতীয় জনতা পাৰ্টী গুৱাহাটী মহানগৰ জিলাৰ সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত মানস প্ৰতীম দাস ডাঙৰীয়া, জিলা যুৱ মৰ্চাৰ বিষয়ববীয়া, বৰ্ধিত বিষয়ববীয়া, কাৰ্য্যনিৰ্বাহ/আমন্ত্ৰিত সদস্যৰ লগতে মণ্ডল সভাপতি সকল উপষ্ঠিত থাকে। বৈঠকত বহুতো গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আৰু আগন্তুক দিনবোৰত হ'বলগীয়া কাৰ্যসূচীৰ কথা আলোচনা কৰে।
Bhabesh kalita ভৱেশ কলিতা
Sidhanku Ankur Barua
BJYM Assam
BJYM Guwahati City District
Diplu Ranjan Sarma Niharendra Sarma
Gautam Sharma
Tapan Das
Manas Pratim Das
BJYM ৰাজধানী মণ্ডল

Address

Guwahati, Assam

Website

Alerts

Be the first to know and let us send you an email when BJYM ৰাজধানী মণ্ডল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share