IMDAD ASSAM

IMDAD ASSAM ▶️আজীৱন দাদা নামৰ শিৰত সেন্দুৰ লম বুলি দাদা হাতখন মুৰত থৈ Promises কৰিলে গৰিমা গাৰ্গে

অসমৰ যুৱকৰ কেৰেলাত মৃত্যু।   বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত মিলন বজাৰৰ অতি দুখীয়া ঘৰৰ (১৯ বছৰীয়া ) যুৱক ৰবিউল ...
08/05/2026

অসমৰ যুৱকৰ কেৰেলাত মৃত্যু।

বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত মিলন বজাৰৰ অতি দুখীয়া ঘৰৰ (১৯ বছৰীয়া ) যুৱক ৰবিউল আৱালৰ কেৰেলাত যোৱা নিশা ৰহস্যজনক মৃত্যু! উক্ত ঠাইৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ll

04/05/2026

#

৩ য় ৰাউণ্ডৰ পিছত ফলাফল।
04/05/2026

৩ য় ৰাউণ্ডৰ পিছত ফলাফল।

LIVE UPDATED
04/05/2026

LIVE UPDATED

08/04/2026
এতিয়া কথা হ'ল জনীয়া সমষ্টিবাসীক Rafiqul Islam ডাঙৰীয়া আৰু Abdul Khaleque ডাঙৰীয়াই মিলি বিগত ২০ বছৰ নেতৃত্ব দিয়াৰ পি...
12/03/2026

এতিয়া কথা হ'ল জনীয়া সমষ্টিবাসীক Rafiqul Islam ডাঙৰীয়া আৰু Abdul Khaleque ডাঙৰীয়াই মিলি বিগত ২০ বছৰ নেতৃত্ব দিয়াৰ পিছতো বৰ্তমানো আমাৰ সমষ্টিৰ ৰাস্তা-ঘাটৰ এনেকুৱা দূৰ্ভাগ্যজনক অৱস্থা কিয়❓পিছে আপোনালোক দুয়োজনক আমি জনীয়া সমষ্টিৰ উন্নয়ন স্বাৰ্থত ২০ টা কৈ বছৰ দিলো কিন্তু আপোনালোকে আমাক কি দিলে আগন্তুক ২০২৬ ৰ নিৰ্বাচনত তাৰ উত্তৰ ৰাইজৰ কাঠগড়াত দিবৈ লাগিব !

গতিকে ২০২৬ ৰ নিৰ্বাচনত নৱ-গঠিত মন্দিয়া সমষ্টিবাসীয়ে উন্নয়ন স্বাৰ্থত নিজৰ নিজৰ ভোটদান কৰক আৰু নিজৰ অধিকাৰ আদায় কৰিব নেতাক সমৰ্থন কৰক !

আজি এজাক বৰষূণ দিয়াৰ ফলত এই অৱস্থা....
#এইবাৰ_ভোট_খুজিব_আহিব_ৰাইজে_বহি_আছে
#হাফিজ_ৰফিকুল_ইছলাম
#আব্দুল_খালেক


এতিয়া বেপাৰী মন্ত্ৰীক ফাইন কাটিবলৈ অসম পুলিচৰ সাহস হবনে
01/03/2026

এতিয়া বেপাৰী মন্ত্ৰীক ফাইন কাটিবলৈ অসম পুলিচৰ সাহস হবনে

Address

Assam
Guwa
781005

Alerts

Be the first to know and let us send you an email when IMDAD ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share